🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পানী – প্ৰকৃতিৰ এক মহৎ দান | AJB Class 6 Science Chapter 12 | MCQ Question Answer Solution |

পানী – প্ৰকৃতিৰ এক মহৎ দান

Chapter-12

১/ আমাৰ ভাৰতবৰ্ষত কিমান শতাংশ পানী কৃষিকৰ্মত ব্য়ৱহৃত হয়

(ক) 600%

(খ) 700%

(গ) 800%

উত্তৰঃ (খ) 700%।

২/ উদ্য়োগত কিমান শতাংশ পানী লাগে

(ক) 22%

(খ) 23%

(গ) 24%

উত্তৰঃ (ক) 22%।

৩/ ঘৰুৱা কাম-কাজত কিমান শতাংশ পানী ব্য়ৱহৃত হয়

(ক) 6%

(খ) 7%

(গ) 8%

উত্তৰঃ (গ) 8%।

৪/ পৃথিৱীৰ পৃষ্ঠৰ কিমান শতাংশ পানীয়ে সাগৰ আৰু মহাসাগৰবোৰত থাকে

(ক) 95%

(খ) 96%

(গ) 97%

উত্তৰঃ (গ) 97%।

৫/ ব্য়ৱহাৰযোগ্য় পানী উৎস কি?

(ক) সাগৰ

(খ) মহাসাগৰ

(গ) কুঁৱা

উত্তৰঃ (গ) কুঁৱা।

৬/ ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত তলৰ কোনকেইটা প্ৰক্ৰিয়া জড়িত

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) (ক) আৰু (গ) দুয়োটা

উত্তৰঃ (গ) (খ) আৰু (খ) দুয়োটা।

৭/ পৃথিৱীপৃষ্ঠত থকা কিমান শতাংশ পানী ব্য়ৱহাযোগ্য়

(ক) 97%

(খ) 3%

(গ) 75%

উত্তৰঃ (ব) 3%।

৮/ নদী পানীয়ে মানুহৰ ঘৰ বুৰাই নিয়াক কি বুলে 

(ক) ধুমুহা

(খ) বানপানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বানপানী।

৯/ বহুদিন একেৰাহে বৰষুণ নোহোৱা অৱস্থাক কি বোলে

(ক) খৰাং

(খ) দুৰ্ভিক্ষ

(গ) কৃত্ৰিম

উত্তৰঃ (ক) খৰাং।

১০/ পানীৰ অভাৱ পূৰণৰ আন এটা উপায় কি

(ক) পানীৰ সংৰক্ষণ

(খ) অনাবৃষ্টি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পানীৰ সংৰক্ষণ।

১১/ অতি কম পৰিমাণৰ বৰষুণ হলে কি ঘটে

(ক) ধুমুহা

(খ) অনাবৃষ্টি

(গ) বানপানী

উত্তৰঃ (খ) অনাবৃষ্টি।

১২/ তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয়

(ক) ফুটা পাইপৰ পৰা পানী ওলাই থকা বন্ধ কৰা

(খ) পানী টেংকিৰ পৰা পানী পৰি থকা বন্ধ কৰা

(গ) প্ৰতিদিনে মাত্ৰ দুগিলাছ পানী খোৱা

উত্তৰঃ (গ) প্ৰতিদিনে মাত্ৰ দুগিলাছ পানী খোৱা।

১৩/ পৃষ্ঠজলৰ উৎস কি

(ক) পুখুৰী

(খ) নদী

(গ) হ্ৰদ

উত্তৰঃ (খ) নদী।

১৪/ পৃথিৱীপৃষ্ঠৰ অধিকাংশ পানী কত থাকে

(ক) সাগৰ আৰু মহাসাগৰত

(খ) বিল

(গ) নদী

উত্তৰঃ (ক) সাগৰ আৰু মহাসাগৰত।

১৫/ আৱৰ্জনা মিহলি হৈ পানীক ব্য়ৱহাৰৰ অনুপযোগী কৰি তোলাকে

(ক) বায়ু প্ৰদূষণ

(খ) জলপ্ৰদূষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জলপ্ৰদূষণ।

১৬/ কৃত্ৰিম বানপানী কাক বোলে

(ক) মানুহৰ ঘৰ-দুৱা উতোৱাই নিয়া

(খ) মানুহৰ ঘৰত পানী সোমোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মানুহৰ ঘৰত পানী সোমোৱা।

১৭/ সাগৰৰ পানী কি

(ক) লুণীয়া

(খ) খাৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লুণীয়া।

১৮/ মেচিনৰ সহায়ত খেতিপথাৰত পানী যোগান ধৰাক কি বোলে

(ক) জলচক্ৰ

(খ) জলসিঞ্চন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জলসিঞ্চন।

১৯/ আমাৰ খেতি পথাৰৰ খাদ্য় শস্য় কি

(ক) ধান

(খ) মৰাপাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ধান।

২০/ পানীৰ সোঁতেৰে পাটচকৰি কি বিদ্য়ুৎ উৎপাদন কৰে

(ক) টাৰবাইন

(খ) তাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) টাৰবাইন।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop