বাদলৰ বিদ্য়ালয় | AJB Class 4 Assamese Chapter 6 | MCQ Question Answer Solution |

 বাদলৰ বিদ্য়ালয়

Chapter-6

১। পাঠটিত কণমানি গঁড়পোৱালিটোৰ নাম কি?

ক) বাদল

খ) আদল

গ) ভূপাল

উত্তৰঃ ক) বাদল।

২। কিহৰ কাৰণে বাদল স্কুল যাব পৰা নাছিল?

ক) কাজিয়া লগাৰ বাবে

খ) ভৰি ভগাৰ বাবে

গ) হাত ভগাৰ বাবে

উত্তৰঃ খ) ভৰি ভগাৰ বাবে।

৩। বাদলহতঁৰ বিদ্য়ালয়খনৰ শিক্ষকগৰাকীৰ নাম কি?

ক) মাধৱ

খ) বজেন

গ) মহিষ

উত্তৰঃ গ) মহিষ।

৪। বাদলহতঁৰ বিদ্য়ালয়খনৰ নাম কি ?

ক) সোণতলী অৰণ্য় প্ৰাথমিক বিদ্য়ালয়

খ) বনতলী অৰণ্য় প্ৰাথমিক বিদ্য়ালয়

গ) কপাহতলী অৰণ্য় প্ৰাথমিক বিদ্য়ালয়

উত্তৰঃ ক) সোণতলী অৰণ্য় প্ৰাথমিক বিদ্য়ালয়।

৫। শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন?

ক) বন্দুৱা নামৰ বান্দৰটোও

খ) লপলপী নামৰ ছাগলীজনীও

গ) গজানন নামৰ হাতীটোও

উত্তৰঃ খ) লপলপী নামৰ ছাগলীজনীও।

৬। বাদলৰ কাৰণে কোনে ফল-মূল, ঘাঁহ-বন আনিলে?

ক) মহিষ চাৰে

খ) বন্দুৱা নামৰ বান্দৰটোৱে

গ) গজাননে

উত্তৰঃ গ) গজাননে।

৭। শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন ?

ক) পখৰা নামৰ জেব্ৰাটো আৰু নেলীয়া নামৰ জিৰাফটো

খ) লপলপী নামৰ ছাগলীজনী আৰু বন্দুৱা নামৰ বান্দৰটো

গ) বাদল আৰু গজানন নামৰ হাতীটো

উত্তৰঃ ক) পখৰা নামৰ জেব্ৰাটো আৰু নেলীয়া নামৰ জিৰাফটো।

৮। ” বাদল, এতিয়া কেনে পাইছা ? বাক্য়শাৰী কোনে সুধিছে ?

ক) গজাননে

খ) বন্দুৱাটোৱে

গ) মহিষ ছাৰে

উত্তৰঃ গ) মহিষ ছাৰে

৯। সোণতলী অৰণ্য়ত থকা ডাক্তৰ জনৰ নাম কি ?

ক) চিম্পাঞ্জী

খ) বাদল

গ) গজানন

উত্তৰঃ ক) চিম্পাঞ্জী।

১০। ” পাছলৈ বিষ কমি গ’ল।” কথাষাৰ কোনে কৈছে ?

ক) গজাননে

খ) বাদলে

গ) মহিষ ছাৰে

উত্তৰঃ খ) বাদলে।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop