Class 11 Advanced Assamese Book Chapter 4 | অধ্যায় ৪ (গোট ১) পানেশৈ | MCQs Short Question Answer |

Chapter 4

পানেশৈ

1.পানেশৈ কবিতাটো কোনে ৰচিছিল ?

ক) আনন্দচন্দ্ৰ আগৰৱালা

খ) হেমচন্দ্ৰ গোস্বামী

গ) প্ৰসন্নলাল চোধুৰী

উত্তৰঃ ক) আনন্দচন্দ্ৰ আগৰৱালা

2. আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত জন্ম হৈছিল ?

ক) ১৭৪৮ চনত

খ) ১৮৮০ চনত

গ) ১৮৭৪ চনত

উত্তৰঃ গ) ১৮৭৪ চনত

3. আনন্দচন্দ্ৰ আগৰৱালা ক’ত জন্ম হৈছিল ?

ক) নগাঁও

খ) শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত

গ) মৰিগাঁও

উত্তৰঃ খ) শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰৰ বৰঙাবাৰীত

4. আনন্দচন্দ্ৰ আগৰৱালা আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিৰ পৰা কিমান চনত অৱসয় লয় ?

ক) ১৯২৯ চনত

খ) ১৮২৮ চনত

গ) ১৮৮৮ চনত

উত্তৰঃ ক) ১৯২৯ চনত

5. তেওঁ কেইখন প্ৰধান কবিৰ লেখক আছিল ?

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন

6. আগৰৱালাই ইংৰাজীৰ পৰা ভালেখিনি কিতাপ কিহলৈ অনুবাদ কৰিছিল ?

ক) হিন্দী

খ) ইংৰাজী

গ) অসমীয়া

উত্তৰঃ গ) অসমীয়া

7. তেওঁৰ কবিতা পুথিখনৰ নাম কি ?

ক) জিলিকনি

খ) জোনাকী

গ) বিজুলী

উত্তৰঃ ক) জিলিকনি

8. আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত মৃত্যু হয়?

ক) ১৯৬৭ চনত

খ) ১৯৪৫ চনত

গ) ১৯৩৯ চনত

উত্তৰঃ গ) ১৯৩৯ চনত

9. আনন্দচন্দ্ৰ আগৰৱালাৰ ক’ত মৃত্যু হৈছিল ?

ক) তেজপুৰত

খ) নগাঁত

গ) তিনিচুকীয়াত

উত্তৰঃ ক) তেজপুৰত

10. আগৰৱালাই কিমান চনত সঈলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চদশ অধিৱেশনত সভাপতিত্ব কৰে ?

ক) ১৯৩৪ চনত

খ) ১৮২৪ চনত

গ) ১৯৬৭ চনত

উত্তৰঃ ক) ১৯৩৪ চনত

11. খাটলি পীৰা শব্দৰ অৰ্থ কি ?

ক) এবিধ তিনিচুকীয়া পীৰা

খ) এবিধ চাৰিচুকীয়া পীৰা

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) এবিধ চাৰিচুকীয়া পীৰা

12. নীলিমা শব্দৰ অৰ্থ হ’ল ?

ক) নীল বৰণ

খ) ৰঙা বৰণ

গ) হালধীয়া বৰণ

উত্তৰঃ ক) নীল বৰণ

13. ভুৱন শব্দ অৰ্থ কি ?

ক) পাহাৰ

খ) পৃথিৱী

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) পৃথিৱী

14.  সুগন্ধি গোলাপ নিজানত ফুলি কিহত গ’ল সৰি ?

ক) নিজানত

খ) নিয়ৰত

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) নিজানত

15. আপোন মনেৰে আপোনাৰ ভাবে আপুনি সদায় কি ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) অশুদ্ধ

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop