🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 1 | অধ্যায় ১ (গোট ১) ধনৰ ব্যৱহাৰ | MCQs Short Question Answer |

Chapter 1

ধনৰ ব্যৱহাৰ

1. ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ লেখক কোন ?

(ক) সত্যনাথ বৰা

(খ) কালিৰাম মেধি

(গ) প্ৰণয় বৰদলৈ

উত্তৰঃ (ক) সত্যনাথ বৰা

2. ‘ধনৰ ব্যৱহাৰ’ ৰ্শীষক পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

(ক) জোনাকী

(খ) ঊষা

(গ) সাৰথি

উত্তৰঃ (গ) সাৰথি

3. কৃপণ লোকৰ ধৰ্ম কেই প্ৰকাৰৰ ?

(ক) একপ্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ
উত্তৰঃ
(খ) দুই প্ৰকাৰৰ

4. কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰু নিচিনা ? 

(ক) খুচুৰীয়া খৰচ

(খ) ওৱাদানিকৈ কৰা খৰচ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) খুচুৰীয়া খৰচ

5.অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি ?

(ক) আয় অনুসৰি খৰচ কৰা

(খ) আৰ্জনতকৈ সৰহ খৰচ কৰা

(গ) অভাৱৰ কথা চিন্তা নকৰি খৰচ কৰা

উত্তৰঃ (ক) আয় অনুসৰি খৰচ কৰা

6. গ্ৰন্থাকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথম খন গ্ৰন্থ কি ?

(ক) বহল ব্যাকৰণ

(খ) চিন্তাকলি

(গ) গীতাৱলী

উত্তৰঃ (গ) গীতাৱলী

7. কোনবোৰ মানুহে সমাজত গৰিহণাৰ পাত্ৰ হয়? 

(ক) ঋণী সকলে

(খ) ধুঁৱাখুলীয়া সকলে

(গ) কৃপণ সকলে

উত্তৰঃ (ক) ঋণী সকলে

8.অসমীয়া গদ্য সাহিত্যত ‘বেকন’ কাক কোৱা হয় ? 

(ক) চন্দ্ৰ কুমাৰ আগৰৱালা

(খ) হেম বৰুৱা

(গ) সত্য়নাথ বৰা

উত্তৰঃ (গ) সত্য়নাথ বৰা

9. জোনাকী আলোচনীখন কোনো সম্পাদনা কৰে  ?

(ক) সত্যনাথ বৰা

(খ) ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) দেৱকান্ত বৰুৱা

উত্তৰঃ (ক) সত্যনাথ বৰা

10. ধনৰ কেইপ্ৰকাৰ ব্যৱহাৰ হ’ব পাৰে?

(ক) এক প্ৰকাৰ

(খ) দুই প্ৰকাৰ

(গ) তিনি প্ৰকাৰ

উত্তৰঃ (খ) দুই প্ৰকাৰ

11.সত্য়নাথ বৰাৰ জন্ম ক’ত হৈছিল ?

(ক) গুৱাহাটীত

(খ) ভৰলুমুখত

(গ) নগাওঁত

উত্তৰঃ (খ) ভৰলুমুখত

12. সত্য়নাথ বৰাৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৪৪৯ চনত

(খ) ১৯২৫ চনত

(গ) ১৮৬০ চনত

উত্তৰঃ (গ) ১৮৬০ চনত

13. সত্য়নাথে অধ্য়াপনা বাদ দি কি কৰিবলৈ ললে ?

(ক) ওকালতি

(খ) ডাক্তৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ওকালতি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop