🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 1 | অধ্যায় ১ (গোট ৩) ৰাৱণক বিভীষণৰ সজ উপদেশ | MCQs Short Question Answer |

Chapter 1

ৰাৱণৰ বিভীষণৰ সজ উপদেশ

1. ‘অপ্ৰমাদী’ শব্দৰ অৰ্থ কি?

ক) নিৰ্ভুল বা ভ্ৰম নথকা

খ) গ্ৰাহ্য

গ) নাশ

উত্তৰঃ ক) নিৰ্ভুল বা ভ্ৰম নথকা

2. ইন্দ্ৰজিৎ কোন আছিল?

ক) ৰাৱণৰ পুত্ৰ

খ) ৰাৱণৰ ভাতৃ

গ) সেনাপতি

উত্তৰঃ ক) ৰাৱণৰ পুত্ৰ

3. প্ৰাক্শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?

ক) শ্ৰী মন্ত শংকৰদেৱ

খ) মাধৱ কন্দলি

গ) শ্ৰী মাধৱদেৱ

উত্তৰঃ খ) মাধৱ কন্দলি

4. ‘লাঞ্জ’ শব্দৰ অৰ্থ কি?

ক) পোৰা

খ) নাশ

গ) নেজ

উত্তৰঃ গ) নেজ

5. ৰাৱণৰ পত্নীৰ নাম কি আছিল?

ক) মন্দোদৰী

খ) নৈকেষী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মন্দোদৰী

6.  ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশ মাধৱ কন্দলিৰ ‘ৰামায়ণৰ’ ৰ কোনটো কাণ্ডৰ অন্তৰ্গত?

ক) উত্তৰাকাণ্ড

খ) আদিকাণ্ড

গ) সুন্দৰাকাণ্ড

উত্তৰঃ গ) সুন্দৰাকাণ্ড

7. নৈকষী কোন আছিল?

ক) ৰাৱণৰ পত্নী

খ) ৰাৱণৰ মাতৃ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ৰাৱণৰ মাতৃ

8. মাধৱ কন্দলিক কোনে ‘অপ্ৰমাদী’কবি বুলি আখ্যা দিছিল?

ক) শ্ৰী মন্ত শংকৰদেৱে

খ) শ্ৰী শ্ৰী মাধৱদেৱ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) শ্ৰী মন্ত শংকৰদেৱে

9. সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল? 

ক) কাৰাগাৰত

খ) অশোক বনত

গ) গুহাত

উত্তৰঃ খ) অশোক বনত

10. ‘গহ’ শব্দৰ অৰ্থ কি?

ক) পোৰা

খ) নাশ

গ) গ্ৰাহ্য

উত্তৰঃ গ) গ্ৰাহ্য

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop