🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 1 | অধ্যায় ১ (গোট ২) বিয়াৰ প্ৰেজেন্ট | MCQs Short Question Answer |

Chapter 1

বিয়াৰ প্ৰেজেন্ট

1. চৈয়দ আব্দুল মালিক কিমান চনত জন্মগ্ৰহণ কৰে?

ক) ১৯১৯ চনত

খ) ১৯৭২ চনত

গ) ১৯৬৫ চনত

উত্তৰঃ ক) ১৯১৯ চনত

2. চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলনখনৰ নাম কি?

ক) প্ৰাণাধিকা

খ) পৰশমণি

গ) ৰঙাগড়া

উত্তৰঃ খ) পৰশমণি

3. চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

ক) জেতুকা পাতৰ দৰে

খ) ধন্য নৰ তনু ভাল

গ) অঘৰী আত্মাৰ কাহিনী

উত্তৰঃ গ) অঘৰী আত্মাৰ কাহিনী

4. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? 

ক) ৰূপতীৰ্থ যাত্ৰী

খ) ধন্য নৰ তনু ভাল

গ) অঘৰী আত্মাৰ কাহিনী

উত্তৰঃ ক) ৰূপতীৰ্থ যাত্ৰী

5. বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?

ক) নাজিয়া

খ) বিনীতা

গ) ৰমলা

উত্তৰঃ খ) বিনীতা

6. নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?

ক) মোমায়েকৰ জীয়েকৰ

খ) ভাগিনিয়েকৰ

গ) খুড়াকৰ পুতেকৰ

উত্তৰঃ ক) মোমায়েকৰ জীয়েকৰ

7. বিনীতাৰ দেউতাকৰ নাম কি? 

ক) আহমেদ চাহাব

খ) কনকেশ্বৰ ঠাকুৰ

গ) কালিৰাম মেধী

উত্তৰঃ খ) কনকেশ্বৰ ঠাকুৰ

8. মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে লিখা গ্ৰন্থখনৰ নাম কি? 

ক) ৰূপতীৰ্থ যাত্ৰী

খ) ধন্য নৰ তনু ভাল

গ) অধিনায়ক

উত্তৰঃ খ) ধন্য নৰ তনু ভাল

9.  বিয়াৰ প্ৰেজেণ্ট পাঠটো কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে?

ক) অধিনায়ক

খ) এখন নিলিখা চিঠিৰ কথাখিনি

গ) ধন্য নৰ তনু ভাল

উত্তৰঃ খ) এখন নিলিখা চিঠিৰ কথাখিনি

10. ‘ৰিলীজ’ শব্দৰ অৰ্থ কি?

ক) উপহাৰ

খ) মুকলি

গ) অস্ত্ৰোপচাৰ

উত্তৰঃ খ) মুকলি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop