🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 2 | অধ্যায় ২ (গোট ১) অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ | MCQs Short Question Answer |

Chapter 2

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

1.’অসমত মহাত্মা গান্ধী পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে? 

ক) মোৰ সোৱৰণী

খ) সাৰথি

গ) সপোনৰ দিকচৌ

উত্তৰঃ ক) মোৰ সোৱৰণী

2. পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? 

ক) সাৰথি

খ) মোৰ জীৱন সোৱৰণ

গ) মোৰ সোঁৱৰণী

উত্তৰঃ গ) মোৰ সোঁৱৰণী

3. ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?

ক) লক্ষীমপুৰ

খ) শিৱসাগৰ

গ) তেজপুৰ

উত্তৰঃ গ) তেজপুৰ

4. মজ্লিচ্ শব্দৰ অৰ্থ কি? 

ক) ধাৰাসাৰ

খ) লগুৱা

গ) সভা

উত্তৰঃ গ) সভা

5. মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰিছিল?

ক) ‘Dear Sir’

খ) ‘Your Excellency’

গ)’Your’

উত্তৰঃ ক) ‘Dear Sir’

6. গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজ্লিচ্ত উপস্থিত থকা খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।

ক) হৰিবিলাস আগৰৱালা

খ) তৰুণ ফুকন

গ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰঃ গ) পদ্মনাথ গোহাঞিবৰুৱা

7. কিমান চনত পদ্মনাথ গোহাঞিবৰুৱাই অসম সাহিত্য সভাৰ সভাপতি হয়?

ক) ১৮৭১ চনত

খ) ১৯৪৬ চনত

গ) ১৯১৭ চনত

উত্তৰঃ গ) ১৯১৭ চনত

8. পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা? 

ক) ঊষা

খ) লাহৰী

গ) বিজুলী

উত্তৰঃ গ) বিজুলী

9. গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ সন্মুখত আয়োজিত মজ্লিচ্ত উপস্থিত থকা চৰকাৰী ৰায়চাহাব খিতাপধাৰী ব্যক্তিগৰাকী কোন?

ক) পদ্মনাথ গোহাঞিবৰুৱা

খ) সত্যনাথ বৰা

গ) তৰুণ ফুকন

উত্তৰঃ ক) পদ্মনাথ গোহাঞিবৰুৱা

10. তেজপুৰত থকা ‘পকী’ ৰ গৰাকী কোন আছিল?

ক) তৰুণ ফুকন

খ) নবীনচন্দ্ৰ বৰদলৈ

গ) হৰিবিলাস আগৰৱালা

উত্তৰঃ গ) হৰিবিলাস আগৰৱালা

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop