🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 3 | অধ্যায় ৩ (গোট ১) গৌৰৱ | MCQs Short Question Answer |

Chapter 3

গৌৰৱ

1.’গৌৰৱ’ পাঠটিৰ লেখক কোন ?

ক) নবীনচন্দ্ৰ বৰদলৈ

খ) সত্যনাথ বৰা

গ) কালিৰাম মেধী

উত্তৰঃ গ) কালিৰাম মেধী

2.  গৌৰৱ কিহৰ পৰা ওপজে?

ক) জ্ঞান

খ) তুলনা

গ) দুখ

উত্তৰঃ খ) তুলনা

3.  গৌৰৱ কিমান ঠাইৰ পৰা উৎপন্ন হয়?

ক) এক

খ) দুই

গ) তিনি

উত্তৰঃ গ) তিনি

4. ‘ডিভাইন কমেডি’ কাৰ ৰচনা? 

ক) ডাণ্টে

খ) ক্লিওপেট্ৰা

গ) ভাৰ্জিল

উত্তৰঃ ক) ডাণ্টে

5. নেপোলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল?

ক) ইংলেণ্ড

খ) ৰোম

গ) ফ্ৰান্স

উত্তৰঃ গ) ফ্ৰান্স

6. মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে ? 

ক) ডাক

খ) বিদ্যাপতি

গ) হোমাৰ

উত্তৰঃ খ) বিদ্যাপতি

7.  ‘ইনীদ’ নামৰ মহাকাব্যৰ ৰচিয়তা কোন? 

ক) হিৰো

খ) হাৰ্কিউলিছ

গ) ভাৰ্জিল

উত্তৰঃ গ) ভাৰ্জিল

8. ‘জীৱৰ ক্ৰম-বিকাশৰ তত্ত্ব’ৰ মূল বিজ্ঞানী কোন? 

ক) প্লেটো

খ) ছক্ৰেটিছ

গ) ডাৰউইন

উত্তৰঃ গ) ডাৰউইন

9. ‘ৰিপাব্লিক’ গ্ৰন্থৰ লিখক কোন?

ক) প্লেটো

খ) ডাণ্টে

গ) ছক্ৰেটিছ

উত্তৰঃ ক) প্লেটো

10. জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছিল?

ক) নিগ্ৰ সকলৰ দৰে

খ) ককেচিয়ানসকলৰ দৰে

গ) মংগোলীয় সকলৰ দৰে

উত্তৰঃ খ) ককেচিয়ানসকলৰ দৰে

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop