🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 6 | অধ্যায় ৬ (গোট ১) কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান | MCQs Short Question Answer |

Chapter 6

কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

1. ড° হীৰেন গোহাঁইদেৱৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?

ক) Age of Reason

খ) Confessions

গ) Tradition and Paradise Lost

উত্তৰঃ গ) Tradition and Paradise Lost

2. কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?

ক) কেম নদী

খ) নীল নদী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কেম নদী

3. কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় অধীনত কেইখন কলেজ আছিল?

ক) ৩১খন

খ) ৩৫খন

গ) ১৫খন

উত্তৰঃ ক) ৩১খন

4. কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়খন কোনো প্ৰতিষ্ঠা কৰিছিল?

ক) টমাছ আকুৱাইনাছ

খ) পিয়েৰ আবে’লাৰ

গ) ড° কীইজ্

উত্তৰঃ গ) ড° কীইজ্

5. ‘ধীমান’ শব্দৰ অৰ্থ কি?

ক) শুকান বা নিৰস কাঠ

খ) বুদ্ধিমান

গ) সীমিত কাল

উত্তৰঃ খ) বুদ্ধিমান

6. আৰৱী গ্ৰন্থত এৰিষ্টটলক কি নামেৰে জনা যায়

ক) এৰিষ্ট

খ) আফ্লাতুন

গ) প্লেটো

উত্তৰঃ ক) এৰিষ্ট

7. ‘শুষ্কং কাষ্ঠং’ শব্দৰ অৰ্থ কি? 

ক) নিৰূপিত সময়

খ) বুদ্ধিমান

গ) শুকান বা নিৰস কাঠ

উত্তৰঃ গ) শুকান বা নিৰস কাঠ

8. ‘গনবিল এণ্ড কীইজ’ কলেজখন কিমান চনত প্ৰতিষ্ঠা কৰা হয়?

ক) ১৪৮৩ চনত

খ) ১৩৪৮ চনত

গ) ১৯৩৯ চনত

উত্তৰঃ খ) ১৩৪৮ চনত

9.  কোনখন গ্ৰন্থৰ বাবে ড° হীৰেন গোহাঁই সাহিত্য একাদেমী বঁ লাভ কৰে? 

ক) বতাহত ক’ৰ গধূলী গোপাল

খ) হেঙুল আকাশ

গ) অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা

উত্তৰঃ গ) অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা

10. ‘কালস্ৰোতা আৰু কাণ্ডাৰী’ গ্ৰন্থখনৰ ৰচক কোন?

ক) হেম বৰুৱা

খ) ভৱানন্দ দত্ত

গ) ড° হীৰেন গোহাঁই

উত্তৰঃ গ) ড° হীৰেন গোহাঁই

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop