🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 6 | অধ্যায় ৬ (গোট ৩) ৰাজপথ | MCQs Short Question Answer |

Chapter 6

ৰাজপথ

1.ভৱানন্দ দত্তৰ কেতিয়া জন্ম হয়?

ক) ১৯১৮ চনত

খ) ১৯১৫ চনত

গ) ১৯৭৮ চনত

উত্তৰঃ ক) ১৯১৮ চনত

2. ‘অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা?

ক) ভৱেন্দ্ৰ নাথ শইকীয়া

খ) দেৱকান্ত বৰুৱা

গ) ভৱানন্দ দত্ত

উত্তৰঃ গ) ভৱানন্দ দত্ত

3.  ‘নাচিকেতা’ কাৰ ছদ্মনাম ?

ক) ভৱানন্দ দত্ত

খ) সত্যনাথ বৰা

গ) প্ৰণয় বৰদলৈ

উত্তৰঃ ক) ভৱানন্দ দত্ত

4.  ‘ব্লেক আউট’ মানে কি?

ক) মংগলহীন

খ) মুক্তি

গ) নিষ্প্ৰদীপ

উত্তৰঃ গ) নিষ্প্ৰদীপ

5. ‘ৰাজপথ’ কবিতাটো প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল ?

ক) জয়ন্তী

খ) সাৰথি

গ) মোৰ জীৱন সোৱৰণ

উত্তৰঃ ক) জয়ন্তী

6. ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে?

ক) পুৱা

খ) নিশাৰ আন্ধাৰত

গ) দুপৰীয়া

উত্তৰঃ খ) নিশাৰ আন্ধাৰত

7. ‘নিঃশ্ৰেয়স’ শব্দৰ অৰ্থ কি?

ক) ব্যাকুল

খ) ভাগৰ

গ) মংগলহীন

উত্তৰঃ গ) মংগলহীন

8. কাৰ সম্পাদনাত ‘জয়ন্তী’ আলোচনীৰ প্ৰকাশ পায়?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) ৰঘুনাথ চৌধুৰী

গ) ভৱেন্দ্ৰ নাথ শইকীয়া

উত্তৰঃ খ) ৰঘুনাথ চৌধুৰী

9.  ‘Philosophy and India’ পুথিখন কোনে ৰচনা কৰে? 

ক) সত্যনাথ বৰা

খ) ভৱেন্দ্ৰ নাথ শইকীয়া

গ) ভৱানন্দ দত্ত

উত্তৰঃ গ) ভৱানন্দ দত্ত

10. কিমান চনত ভৱানন্দৰ মৃত্যু হয়? 

ক) ১৯৮৬ চনত

খ) ১৯৫৯ চনত

গ) ১৯৯৪ চনত

উত্তৰঃ খ) ১৯৫৯ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop