🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 7 | অধ্যায় ৭ (গোট ৩) এখন চিঠি | MCQs Short Question Answer |

Chapter 7

এখন চিঠি

1. এখন চিঠি কবিতাটিৰ লেখক গৰাকী নাম কি?

ক) ধীৰেন্দ্ৰচন্দ্ৰ দত্ত

খ) হেম বৰুৱা

গ) অমূল্য বৰুৱা

উত্তৰঃ খ) হেম বৰুৱা

2. হেম বৰুৱা কিমান চনত জন্মগ্ৰহণ কৰে?

ক) ১৯১৫ চনত

খ) ১৯২৭ চনত

গ) ১৮৯৮ চনত

উত্তৰঃ ক) ১৯১৫ চনত

3. এখন চিঠি কবিতাটি কোনখন কাব্যপুথিৰ অন্তৰ্গত?

ক) ৰামধেনু

খ) মন-ময়ূৰী

গ) বালিছন্দা

উত্তৰঃ খ) মন-ময়ূৰী

4. হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা?

ক) পছোৱা

খ) জয়ন্তী

গ) ৰামধেনু

উত্তৰঃ ক) পছোৱা

5.  এখন চিঠি কবিতাটোত উল্লেখ থকা সৈনিকজনৰ পত্নীৰ নাম কি?

ক) ৰমলা

খ) মমতা

গ) মালতী

উত্তৰঃ খ) মমতা

6. ‘অবিনশ্বৰ’ শব্দৰ অৰ্থ কি?

ক) অক্ষয়

খ) নিৰক্ষৰ

গ) নিস্তব্ধ

উত্তৰঃ ক) অক্ষয়

7. হেম বৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভা অধিৱেশন খন ক’ত অনুষ্ঠিত হয়?

ক) শিৱসাগৰ

খ) নগাঁও

গ) ধুবুৰী

উত্তৰঃ গ) ধুবুৰী

8.  কিমান চনত সংঘতিত হোৱা চীন-ভাৰতৰ যুদ্ধই চেলা-গিৰিপথ অতিক্ৰম কৰিছিল?

ক) ১৯৫৬ চনত

খ) ১৮৭৮ চনত

গ) ১৯৬২ চনত

উত্তৰঃ গ) ১৯৬২ চনত

9. ‘অনাখৰী’ শব্দৰ অৰ্থ কি?

ক) নদীৰ মুখ

খ) নিৰক্ষৰ

গ) অবিনাশী

উত্তৰঃ খ) নিৰক্ষৰ

10. হেম বৰুৱা কিমান চনত মৃত্যু হয়?

ক) ১৯৮৪ চনত

খ) ১৯৭৭ চনত

গ) ১৯১৫ চনত

উত্তৰঃ খ) ১৯৭৭ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop