🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 7 | অধ্যায় ৭ (গোট ১) অসমৰ পুৰণি খেল-ধেমালি | MCQs Short Question Answer |

Chapter 7

অসমৰ পুৰণি খেল-ধেমালি

1.কাণুৱা চৰাইৰ প্ৰিয় খাদ্য কি?

ক) মাছ

খ) কণী

গ) চাউল

উত্তৰঃ ক) মাছ

2. চৰাইচোং কি?

ক) এবিধ চৰাই

খ) ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল

গ) একপ্ৰকাৰৰ খেল

উত্তৰঃ খ) ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল

3. ‘বিহু আকৌ আহিল’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

ক) হেম বৰগোহাঞি

খ) যতীন বৰুৱা

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ ক) হেম বৰগোহাঞি

4. ‘Aspects of Assamese Culture’ গ্ৰন্থখনৰ লেখক কোন?

ক) পৰাগধৰ চলিহা

খ) কালিৰাম মেধী

গ) হেম বৰুৱা

উত্তৰঃ ক) পৰাগধৰ চলিহা

5. ‘One More Six’ গ্ৰন্থখনৰ ৰচক কোন?

ক) হেম বৰুৱা

খ) সুবোধ মল্লবৰুৱা

গ) প্ৰণয় বৰদলৈ

উত্তৰঃ খ) সুবোধ মল্লবৰুৱা

6. বিশ্বৰ সবাতোতকৈ জনপ্ৰিয় খেলক চীনত চাহানি কি আখ্যা দিছিল?

ক) ম’হ যুজঁ

খ) ফুটবল

গ) মাল যুঁজ

উত্তৰঃ খ) ফুটবল

7. সুবোধ মল্লবৰুৱাৰ কিনাম চনত জন্ম হয়?

ক) ১৯৬৩ চনত

খ) ১৯৮৭ চনত

গ) ১৯৯১ চনত

উত্তৰঃ ক) ১৯৬৩ চনত

8. শেন মেলাৰ বাবে স্বৰ্গদেউ সকলে কি স্থাপন কৰিছিল?

ক) প্ৰশিক্ষণশালা

খ) চৰাইচোং

গ) পেভিলিয়ানসদৃশ মঞ্চ

উত্তৰঃ খ) চৰাইচোং

9.  স্পেইনত বৰ্তমান সবাতোতকৈ জনপ্ৰিয় খেল কি?

ক) বাফেলো যুঁজ

খ) ৰেষ্টলিং

গ) কড়ি খেল

উত্তৰঃ ক) বাফেলো যুঁজ

10. ছাইৰ তৰফৰ পৰা কিমান চনত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হৈছিল?

ক) ১৯৮৯ চনত

খ) ১৭৪৬ চনত

গ) ১৯৬৩ চনত

উত্তৰঃ ক) ১৯৮৯ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop