🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 8 | অধ্যায় ৮ (গোট ১) এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | MCQs Short Question Answer |

Chapter 8

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

1.এভাৰেষ্ট আৰোহণ কৰা সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?

ক) জেকেট আৰু ট্ৰাওজাৰ

খ) চাৰ্ট আৰু ট্ৰাওজাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জেকেট আৰু ট্ৰাওজাৰ

2. পৃথিৱীৰ সৰ্বোচ্চ শংগৃ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত? 

ক) ১১,০০০ ফুট

খ) ২৯,০৩৫ ফুট

গ) ১৮,০০০ ফুট

উত্তৰঃ গ) ১৮,০০০ ফুট

3. অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল? 

ক) খুম্ব হিমবাহ

খ) দাবলাম

গ) লোলা

উত্তৰঃ ক) খুম্ব হিমবাহ

4. নেপালীসকলৰ জনবিশ্বাসৰ মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়? 

ক) পুম’ৰি শিখৰক

খ) কাঞ্চনজংঘা

গ) মানসলু

উত্তৰঃ ক) পুম’ৰি শিখৰক

5. লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?

ক) পৰাগ দাস

খ) মানস বৰুৱা

গ) অমৰ ডেকা

উত্তৰঃ খ) মানস বৰুৱা

6. প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুগৰাকী কোন? 

ক) খাৰছিং তেৰাং আৰু নন্দ দুলাল দাস

খ) তৰুণ শইকীয়া আৰু মনিষ ডেকা

গ) নৱ ফুকণ আৰু হেনৰি ডেভিদ টেৰণ

উত্তৰঃ খ) তৰুণ শইকীয়া আৰু মনিষ ডেকা

7. প্ৰণয বৰদলৈ নিচা কি আছিল?

ক) সাহিত্যিক

খ) নাট্যকাৰ

গ) দুঃসাহসিক অভিযান

উত্তৰঃ গ) দুঃসাহসিক অভিযান

8. ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপ-সম্পাদক কোন আছিল? 

ক) প্ৰণয় বৰদলৈ

খ) কালিৰাম মেধী

গ) পদ্মনাথ গোহাঞিবৰুৱা

উত্তৰঃ ক) প্ৰণয় বৰদলৈ

9. অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া দলটোৰ চিকিৎসক কোন আছিল?

ক) ডাঃ জগদীশ বসুমতাৰী

খ) মানস বৰুৱা

গ) নন্দ দুলাল দাস

উত্তৰঃ ক) ডাঃ জগদীশ বসুমতাৰী

10.  ‘আজিৰ অসম’ নামৰ বাতৰি- কাকত খনৰ উপ-সম্পাদক কোন আছিল?

ক) ডাঃ জগদীশ বসুমতাৰী

খ) প্ৰণয় বৰদলৈ

গ) নন্দ দুলাল দাস

উত্তৰঃ খ) প্ৰণয় বৰদলৈ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop