🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Political Science Book Chapter 10 | অধ্যায় ১০ | উন্নয়ন | MCQs Short Question Answer |

Chapter 10

উন্নয়ন

১। বিকাশৰ ইংৰাজী প্ৰতিশব্দ কি?

(ক) Development

(খ) Grow

(গ) Go

উত্তৰঃ (ক) Development

2। কোনবোৰ ৰাষ্ট্ৰত  বিকাশৰ গতি মন্থৰ ?

(ক) উন্নত ৰাষ্ট্ৰত

(খ) ঔপনিৱেশিক ৰাষ্ট্ৰত

(গ) অন্নুনত ৰাষ্ট্ৰত

উত্তৰঃ (খ) ঔপনিৱেশিক ৰাষ্ট্ৰত

৩। ভাৰতত কেতিয়াৰ পৰা ৫ বছৰীয়া পৰিকল্পনা আৰম্ভ হয় ?  

(ক) ১৯৪৭

(খ) ১৯৫০

(গ) ১৯৪৪

উত্তৰঃ (খ) ১৯৫০

৪। দক্ষিণ আৰু দক্ষিণ – পূব এছিয়াৰ উপকুল ভাগত অহা ‘ছুনামি’ৰ  মূল কাৰণ কি ?

(ক) মেনগ্ৰভছ

(খ) সাগৰীয় জাহাজ

উত্তৰঃ (ক) মেনগ্ৰভছ

৫। বিকাশ আৰু বৃদ্ধিৰ মাজত পাৰ্থক্য আছেনে ?

(ক) আছে

(খ) নাই

উত্তৰঃ (ক) আছে

৬। বিকাশে কেৱল অৰ্থনৈতিক বিকাশৰে ইংগিত বহন কৰে নে?

(ক) কৰে

(খ) নকৰে

উত্তৰঃ (খ) নকৰে

৭। বিকাশে কি কি দিশ সামৰি লয় ?

(ক) সামাজিক

(খ) অৰ্থনৈতিক

(গ) সামাজিক, অৰ্থনৈতিক, প্ৰাকৃতিক

উত্তৰঃ (গ) সামাজিক, অৰ্থনৈতিক, প্ৰাকৃতিক

৮। বহনক্ষম উন্নয়নৰ ইংৰাজী  প্ৰতিশব্দ কি ?

(ক) Development

(খ) Sustainable Development

উত্তৰঃ (খ) Sustainable Development

৯। প্ৰাকৃতিক বৈচিত্ৰ ৰক্ষাৰ কাৰণে গঢ়ি উঠা এটা আন্দোলনৰ নাম ?

(ক) CAA

(খ) Chipko

উত্তৰঃ (খ) Chipko

১০। পাৰিপাশ্বিক আন্দেলনৰ আৰম্ভণি বুলি কোনটো আন্দোলনক আখ্যা দিব পৰা যায়?

(ক) ‘কা’ আন্দোলন

(খ) ১৯ শতিকাত ঔদ্যোগিকৰণ বিৰুদ্ধে হোৱা আন্দোলন

উত্তৰঃ (খ) ১৯ শতিকাত ঔদ্যোগিকৰণ বিৰুদ্ধে হোৱা আন্দোলন

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop