🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Political Science Book Chapter 8 | অধ্যায় ৮ | ধৰ্ম নিৰপেক্ষতাবাদ | MCQs Short Question Answer |

Chapter 8

ধৰ্ম নিৰপেক্ষতাবাদ

১। ভাৰত দেশৰ এটা বিখ্যাত  সামাজিক বৈশিষ্ট্য হ’ল…..

(ক) ধৰ্মনিৰপেক্ষতা

(খ) শান্তি

(গ) গণতন্ত্ৰ

উত্তৰঃ (ক) ধৰ্মনিৰপেক্ষতা

২। ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হ’ল……

(ক) কোনো ধৰ্মকে শ্ৰেষ্ঠ ধৰ্ম হিচাবে অগ্ৰাধিকাৰ দিয়া নহয়

(খ) ধৰ্ম বিভেদ

(গ) ধৰ্মৰ ক্ষেত্ৰত গোড়া

উত্তৰঃ (ক) কোনো ধৰ্মকে শ্ৰেষ্ঠ ধৰ্ম হিচাবে অগ্ৰাধিকাৰ দিয়া নহয়

৩। ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষতাৰ জনক কোন?

(ক) মহাত্মা গান্ধী

(খ) চৈয়দ আব্দুল মালিক

(গ) নেতাজী সুভাষ চন্দ্ৰ বসু

উত্তৰঃ (ক) মহাত্মা গান্ধী

৪। ভাৰতত ৰাষ্ট্ৰীয় ধৰ্ম আছেনে ?

(ক) আছে

(খ) নাই

উত্তৰঃ (খ) নাই

৫। ‘ধৰ্মনিৰপেক্ষতা’ ইংৰাজী প্ৰতিশব্দ কি?

(ক) Equality

(খ) Scularism

(গ) Freedom

উত্তৰঃ (খ) Scularism

৬। ধৰ্ম বিৰোধীৰ ইংৰাজী প্ৰতিশব্দ কি ?

(ক) Anti religious

(খ) Secularism

(গ) Freedom

উত্তৰঃ (ক) Anti religious

৭। ভোট বেংক ৰাজনীতিক উৎসাহিত কৰা এটা ধাৰণা কি ?

(ক) ধৰ্মনিৰপেক্ষতা

(খ) স্বাধীনতা

(গ) শান্তি

উত্তৰঃ (ক) ধৰ্মনিৰপেক্ষতা

৮। ‘ধৰ্মনিৰপেক্ষতাৰ’ ছবি দাঙি ধৰা এখন ছবিৰ নাম লিখা ।

(ক) বডাৰ

(খ) বম্বে

(গ) জ’য় হিন্দ

উত্তৰঃ (খ) বম্বে

৯। ধৰ্ম নিৰপেক্ষতাৰ আৰ্দশ দাঙি ধৰা এখন কিতাপৰ নাম লিখা ।

(ক) Stories of My stolen childhood

(খ) Foreaking pradice – Stories from Ladakh

উত্তৰঃ (খ) Foreaking pradice – Stories from Ladakh

১০। সকলো দেশৰে ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ একেইনে ?

(ক) একেই

(খ) একেই নহয়

উত্তৰঃ (খ) একেই নহয়

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop