🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Physic (Part 2) | Question And Answer | Chapter 13| নিউক্লিয়াছ | Nuclei | HS 2nd Year Physic Question Answer |

Chapter 13

নিউক্লিয়াছ

অনুশীলনী

13.19 2.0 kg ডয়টেৰিয়ামৰ সংযোজনৰ পৰা পোৱা শক্তিৰে 100W ক্ষমতাৰ এটা

 বৈদ্যুতিক লেম্প কিমান সময় জ্বলাই ৰাখিব পৰা যায় ? সংযোজন বিক্ৰিয়াটো এনে বুলি

 ধৰি লোৱাঃ—

13.20 দুটা ডয়টেৰনৰ মুখামুখি সংঘাতৰ বিভৱ প্ৰাচীৰৰ উচ্চতা গণনা কৰি উলিওৱা ।

 (ইংগিতঃ— দুটা ডয়টেৰনৰ ইটোৱে সিটোক ঠিক স্পৰ্শ কৰোঁতে সিহঁতৰ মাজত যি কুলম্ব

 বিকৰ্ষণ হব বিভৱ প্ৰাচীৰৰ উচ্চতা সিমানেই হব । ধৰি লোৱা যে ডয়টেৰণ দুটা 2.0 fm

ব্যাসাৰ্ধৰ টান গোলক ।)

অতিৰিক্ত অনুশীলনী

13.23 এখন পৰ্য্যাবৃত্ত তালিকাত মেগনেছিয়ামৰ গড় পাৰমাণৱিক ভৰ দিয়া আছে

24.312u. পৃথিৱীৰ তাৰ আপেক্ষিক প্ৰাকৃতিক প্ৰাচুৰ্য্যৰ ওপৰত ভিত্তি কৰি এই গড়মান

 গ্ৰহণ কৰা হৈছে । মেগনেছিয়ামৰ তিনিটা আইছপ আৰু সিহঁতৰ ভৰ হৈছে এনেঃ—

13.28 তলৰ D-T বিক্ৰিয়াটোলৈ (ডয়টেৰিয়াম-ট্ৰিটিয়াম সংযোজন) মন কৰাঃ—

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop