🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Physic (Part 2) | Question And Answer | Chapter 15 | যোগাযোগ ব্যৱস্থা | Communication Systems | HS 2nd Year Physic Question |

Chapter 15

যোগাযোগ ব্যৱস্থা

15.1 আকাশী তৰংগ ব্যৱহাৰ কৰি নিম্ন উল্লেখিত কোনবোৰ কম্পনাংক দিকবলয় ৰ বাহিৰত যোগাযোগৰ বাবে উপযুক্ত

         (a)10 kHz

         (b)10 MHz

         (c)1 GHz

         (d)1000 GHz

15.2 UHF পৰিসৰৰ কম্পনাংক সাধাৰণতে সঞ্চালন হয়ঃ—

         (a)ভূ-তৰংগ

         (b)আকাশী তৰংগ

         (c)পৃষ্ঠীয় তৰংগ

         (d)মহাকাশ তৰংগৰ দ্বাৰা

15.3 ডিজিটেল সংকেতত

         (i)অবিচ্ছিন্ন মানৰ সমষ্টি নিদিয়ে

         (ii)বিচ্ছিন্ন স্তৰৰ মান বুজায়

         (iii)বাইনাৰী (দ্বৈত সংখ্যা) পদ্ধতি ব্যৱহাৰ কৰিব পাৰে

         (iv)দশমিক আৰু বাইনাৰী পদ্ধতি ব্যৱহাৰ কৰিব পাৰে

ওপৰৰ কোনবোৰ উক্তি সত্য ?

         (a)কেৱল (i) আৰু (ii)

         (b)কেৱল (ii) আৰু (iii)

         (c)(i),(ii) আৰু (iii) কিন্তু (iv)

         (d)(i),(ii),(iii),(iv) আৰু (v) আটাইকেইটাই

15.4 দৃষ্টি পৰিসৰৰ যোগাযোগত গ্ৰাহক এণ্টেনাৰ সম উচ্চতাত প্ৰেৰক এণ্টনা থাকে ই কিমান পৰিমাণৰ সেৱা ক্ষেত্ৰ আগুৰিব পাৰিব ?

15.5 12V শীৰ্ষ বিভৱৰ বাহক তৰংগ এটা বাৰ্তা সংকেত এটা প্ৰেৰণত প্ৰয়োগ কৰা হৈছে । কলন সূচক 75% কৰাৰ বাবে কলন সংকেতৰ শীৰ্ষবিভৱ কিমান হ’ব লাগিব ?

(i) বিস্তাৰ কলিত তৰংগৰৰূপৰ নক্সা আঁকা

(ii) কলন সূচক কিমান ?

15.8 আৰ্থিক কাৰণত, AM তৰংগ এটাৰ কেৱল ওপৰৰ পাৰ্শ্বপটিহে প্ৰেৰণ কৰা হৈছে । গ্ৰাহক ষ্টেচনত বাহক তৰংগ উৎপাদনৰ সুবিধা আছে । দেখুওৱা যে যদি দুটা সংকেত বৃদ্ধি কৰাৰ ডিভাইছ থাকে, তেতিয়া গ্ৰাহক ষ্টেচনত কলন কৰা সংকেত পুনৰুদ্ধাৰ কৰা
সম্ভৱ ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop