Class 11 Education Book Chapter 5 | অধ্যায় ৫ | মানসিক জীৱনৰ শাৰীৰিক ভিত্তি | MCQs Short Question And Answer |

Chapter 5

মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

১। মানৱ শৰীৰক কেইটা ভাগত ভগাব পাৰি?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তিনিটা ভাগত

২। কেন্দ্ৰীয় স্নায়ুতন্তৰ প্ৰধান ভাগ দুটা কি কি ?

(ক) মেৰুমজ্জা আৰু মস্তিষ্ক

(খ) মেৰুদণ্ড আৰু স্নায়ু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মেৰুমজ্জা আৰু মস্তিষ্ক

৩। মস্তিষ্কৰ প্ৰধান ভাগ কেইটা?

(ক) ৭ টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰঃ (গ) ৫ টা

৪। সংবেদন কি লাভৰ মৌলিক উপাদান?

(ক) স্বচ্ছ লাভৰ

(খ) জ্ঞান লাভৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জ্ঞান লাভৰ

৫। আমাৰ শ্বাসনলীৰ দুয়োকাষে কি গ্ৰহ্নি অৱস্থিত?

(ক) গলগ্ৰহ্নি

(খ) মূত্ৰাশয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গলগ্ৰহ্নি

৬। কোষদেহত কেইটা অংশ আছে?

(ক) দুটা

(খ) চাৰিটা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) চাৰিটা

৭। পেশীক আৰু গ্ৰহ্নিসমূহক কি বুলি কোৱা হয়?

(ক) উদ্দীপক

(খ) সাধক

(গ) পেশী

উত্তৰঃ (খ) সাধক

৮। পুৰুষৰ যৌনগহ্নিক কি বুলি কোৱা হয়?

(ক) অণ্ডকোষ

(খ) স্ত্ৰীৰকোষ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অণ্ডকোষ

৯। গ্ৰহ্নি কেই প্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ

১০। জ্ঞান আৰু অভিজ্ঞতাৰ সৰলতম উপাদান কি?

(ক) সংবেদন

(খ) উদ্দীপনা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সংবেদন

১১। স্নায়ুশাখা কোষদেহৰ যিকোনো এটা শাখা নাম কি?

(ক) এক্সন

(খ) প্ৰশাখা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এক্সন

১২। স্নায়ুশাখা কোষদেহত কেইটা শাখা  আছে?

(ক) ১ টা

(খ) ২ টা

(গ) এটাও নাই

উত্তৰঃ (খ) ২ টা

১৩। বহিৰ্মূখা নিউৰণে কিহৰ পৰা মাংখপেশীলৈ উদ্দীপনা বহন কৰে?

(ক) মস্তিষ্ক আৰু মেৰুদণ্ডৰ পৰা

(খ) অন্তৰ্মুখী আৰু বহিৰ্মূখী পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মস্তিষ্ক আৰু মেৰুদণ্ডৰ পৰা

১৪। প্ৰমস্তিষ্কৰ কেইটা প্ৰধান কেন্দ্ৰ আছে?

(ক) দুটা

(খ) তিনিটা

(গ) এটাও নাই

উত্তৰঃ (খ) তিনিটা

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop