Class 11 History Book Chapter 3 | অধ্যায় ৩ | সাম্ৰাজ্য | MCQs Short Question and Answer |

Chapter 3

সাম্ৰাজ্য

১। খ্ৰীষ্টীয় চতুৰ্থ শতিকাত কোনে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল?

(ক) দেমাচকাচ

(খ) সম্ৰাট কন্সটেন্টাইন

(গ) হজৰত মহম্মদ

উত্তৰঃ (খ) সম্ৰাট কন্সটেন্টাইন

২। ইছলাম ধৰ্ম কেতিয়া প্ৰৱৰ্তন কৰিছিল?

(ক) প্ৰথম শতিকাত

(খ) চতুৰ্থ শতিকাত

(গ) সপ্তম শতিকাত

উত্তৰঃ (গ) সপ্তম শতিকাত

৩। ৰোমান ঐতিহাসিক সকলৰ সমলবোৰ কেইটা ভাগত ভাগ কৰা হৈছিল? 

(ক) ৩ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (ক) ৩ টা

৪। ৰোমান সাম্ৰাজ্য় প্ৰধান ভাষা কি আছিল?

(ক) গ্ৰীক ভাষা

(খ) টাই ভাষা

(গ) লেটিন ভাষা

উত্তৰঃ (গ) লেটিন ভাষা

৫। ৰোমান সাম্ৰাজ্য় প্ৰথম সম্ৰাট জনৰ নাম কি?

(ক) আগাষ্টাছ

(খ) ডক্টৰ গেলেন

(গ) টাইবেৰিয়াছ

উত্তৰঃ (ক) আগাষ্টাছ

৬। ইজিপ্তৰ মানুহে কি ভাষা ব্য়ৱহাৰ কৰিছিল?

(ক) লেটিন ভাষা

(খ) টাই ভাষা

(গ) কোপতিক ভাষা

উত্তৰঃ (গ) কোপতিক ভাষা

৭। ৰোমান সমাজ ব্য়ৱস্থা কেইটা ভাগত বিভক্ত আছিল?

(ক) ৪ টা

(খ) ৬ টা

(গ) ৭ টা

উত্তৰঃ (খ) ৬ টা

৮। Principate কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) ট্ৰজান

(খ) যোছেফাচ

(গ) আগষ্টাছ

উত্তৰঃ (গ) আগষ্টাছ

৯। কন্সটেন্টাইনে সোণৰ মুদ্ৰা কেতিয়া প্ৰচলন কৰিছিল?

(ক) ৩১০ খ্ৰীঃ পূঃ

(খ) ৩১২ খ্ৰীঃ পূঃ

(গ) ৩২৪ খ্ৰীঃ পূঃ

উত্তৰঃ (ক) ৩১০ খ্ৰীঃ পূঃ

১০। আৰৱ সকলে স্পেইন কেতিয়া আক্ৰমণ কৰিছিল?

(ক) ৬৬১ খ্ৰীঃ পূঃ

(খ) ৭১১ খ্ৰীঃ পূঃ

(গ) ৭৫০ খ্ৰীঃ পূঃ

উত্তৰঃ (খ) ৭১১ খ্ৰীঃ পূঃ

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping