Class 11 History Book Chapter 7 | অধ্যায় ৭ | পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য | MCQs Short Question and Answer |

Chapter 7

পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

১। ফ্ল’ৰেন্সত বিশ্ববিদ্য়ালয় কেতিয়া স্থাপন কৰা হৈছিল?

(ক) ১৩০০ খ্ৰীঃ পূঃ

(খ) ১৩৪১ খ্ৰীঃ পূঃ

(গ) ১৩৪৯ খ্ৰীঃ পূঃ

উত্তৰঃ (গ) ১৩৪৯ খ্ৰীঃ পূঃ

২। কলম্বাচে আমেৰিকাত কিমান চনত ভৰি দিছিল?

(ক) ১৪৯২ চনত

(খ) ১৪৯৫ চনত

(গ) ১৫১২ চনত

উত্তৰঃ (ক) ১৪৯২ চনত

৩। পঞ্চমৰ পৰা ১৪ শতিকালৈ কি যুগ বুলি কোৱা হয়?

(ক) অন্ধকাৰ যুগ

(খ) মধ্য়যুগ

(গ) আধুনিক যুগ

উত্তৰঃ (খ) মধ্য়যুগ

৪। The prince নামৰ কিতাপখন কোনে লিখিছিল?

(ক) নিক’ল’ মেকিয়াভেলিয়ে

(খ) বেলথাছাৰ কাস্তিগ্লিৱনে

(গ) উইলিয়াম টিনদেল

উত্তৰঃ (ক) নিক’ল’ মেকিয়াভেলিয়ে

৫। কোনে জাৰ্মানীলৈ বাইবেল অনুবাদ কৰিছিল?

(ক) উইলিয়াম হাৰ্ভেৰে

(খ) উইলিয়াম টিনদেল

(গ) মাৰ্টিন লুথাৰ

উত্তৰঃ (গ) মাৰ্টিন লুথাৰ

৬। ‘The last Supper’ ছবিখন কোনে আঁকিছিল? 

(ক) লিওনাৰ্ডো ডা ভিন্সিয়ে

(খ) জিওফ্ৰে চচাৰ

(গ) জিওভানী পাইকো ডেলা মিনাৰদলা

উত্তৰঃ (ক) লিওনাৰ্ডো ডা ভিন্সিয়ে

৭। ভগৱানৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ পুৰোহিত প্ৰয়োজন নাই বুলি কোনে কৈছিল?

(ক) গেলিলিও

(খ) মাৰ্টিন লুথাৰ

(গ) পীটাৰ বাৰ্ক

উত্তৰঃ (খ) মাৰ্টিন লুথাৰ

৮। ৰোমৰ প্ৰথম সম্ৰাট কোন আছিল?

(ক) পোপ

(খ) অলবাফ

(গ) ইবন ৰছ

উত্তৰঃ (ক) পোপ

৯। ইউৰোপৰ প্ৰাচীনতম বিশ্ববিদ্য়ালয়খন ক’ত স্থাপন কৰা হৈছিল?

(ক) গীৰ্জা

(খ) ফ্ৰান্স

(গ) ইটালীৰ

উত্তৰঃ (গ) ইটালীৰ

১০। কেতিয়া পৰা আধুনিক যুগ আৰম্ভ হৈছিল?

(ক) নৱমৰ পৰা একাদশ শতিকালৈ

(খ) ১১-ৰ পৰা ১৪ শতিকাৰলৈ

(গ) ১৫ শতিকাৰ পৰা

উত্তৰঃ (গ) ১৫ শতিকাৰ পৰা

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop