🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Geography Book Chapter 1 (Part 1) | প্ৰথম অধ্যায় | প্ৰকৃতি আৰু পৰিসৰ | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

প্ৰকৃতি আৰু পৰিসৰ

1. কোন এটা  উপাদানৰ পৰা পৃথিৱী খন সৃষ্টি হৈছে ?

(ক) প্ৰাকৃতিক পৰিবেশৰ পৰা

(খ) মানৱ পৰিবেশৰ পৰা

(গ) জীৱ পৰিবেশৰ পৰা

উত্তৰঃ (ক) প্ৰাকৃতিক পৰিবেশৰ পৰা

2.জাৰ্মান ভুগোলবিদে ৰাজ্য় (দেশ) আদিক কি বুলি অভিহিত কৰিছে ?

(ক) মোহনাৰ গলধন

(খ) প্ৰবাহমান ধমনি

(গ) জীবিত প্ৰত্য়ঙ্গ

উত্তৰঃ (গ) জীবিত প্ৰত্য়ঙ্গ

3.ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সংশ্লেষিক অধ্য়য়নেই হ’ল মানৱ ভুগোল।

(ক) সত্য়

(খ) অসত্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সত্য়

4.কোন বিধে জুই আৱিষ্কাৰ কৰাত সহায় কৰে ?

(ক) আকৰ্ষণ

(খ) বিকৰ্ষণ

(গ) ঘৰ্ষণ আৰু তাপ

উত্তৰঃ (গ) ঘৰ্ষণ আৰু তাপ

5.কোন গৰাকী ভুগোলবিজ্ঞানীয়ে পৰিবেশিক নিৰ্ণয়বাদ আৰু সম্ভাৱনীয়বাদ, এই দুই ধাৰণাক তেখেতে নিৰ্দ্ধাৰণবাদ নব্য় নিয়ন্ত্ৰনবাদ অথবা ৰোধ আৰু গতি নিয়ন্ত্ৰণবাদ বুলি আখ্য়া দিছিল ? 

(ক) এলেন চি চেম্প’ল

(খ) গ্ৰাহাম বেল

(গ) গ্ৰিফিট টেইলৰ

উত্তৰঃ (গ) গ্ৰিফিট টেইলৰ

6.যানবাহন বোৰক পোহৰ দেখুৱাই, নিয়ন্ত্ৰণ কৰা ৰঙা পোহৰে কি কৰাটো বুজাই ?

(ক) গতি

(খ) উলতি

(গ) গতিৰোধ

উত্তৰঃ (গ) গতিৰোধ

7.জাংফাই ৰঙৰ পোহৰে কি কৰে ? 

(ক) গতিৰোধ

(খ) ৰঙা আৰু সেউজীয়া পোহৰৰ মাজত থকা ব্য়ৱধান সূচায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰঙা আৰু সেউজীয়া পোহৰৰ মাজত থকা ব্য়ৱধান সূচায়

8.মানুহৰ সামাজিক কল্য়াণৰ গঢ় গতিৰ সৈতে জড়িত হৈ থকা বিভিন্ন দিশ সমূহ হ’ল।

(ক) আবাসগৃহ

(খ) স্বাস্থ্য় আৰু শিক্ষা

(গ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (গ) ওপৰৰ আটাইকেইটা

9.প্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা সম্পদ সমূহ মানুহে কি কাম কৰে ?

(ক) কোনো কাম নকৰে

(খ) নিজৰ মৌলিক প্ৰয়োজন সমূহ পূৰ কৰে

(গ) কেৱল ঘৰ বনাই

উত্তৰঃ (খ) নিজৰ মৌলিক প্ৰয়োজন সমূহ পূৰ কৰে

10.অঞ্চল বিলাকৰ বৰ্ণনা কৰিবলৈ গাওঁ, চহৰ আদিক কি শব্দ ব্য়ৱহাৰ কৰি বুজোৱা হয় ? 

(ক) গাৱলীয়া

(খ) চহৰীয়া

(গ) প্ৰত্য়ঙ্গ

উত্তৰঃ (গ) প্ৰত্য়ঙ্গ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop