🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Geography Book Chapter 3 (Part 1) | তৃতীয় অধ্যায় | জনসংখ্যাৰ গঠন | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

জনসংখ্যাৰ গঠন

1. মহিলা আৰু পুুৰুষৰ সংখ্য়াৰ মাজত থকা অনুপাতকে কি বুলি কোৱা হয় ?

(ক) জনসংখ্য়াৰ গঠন অনুপাত

(খ) জনসংখ্য়াৰ লিংগ অনুপাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জনসংখ্য়াৰ লিংগ অনুপাত

2. বাসস্থানৰ ওপৰত ভিত্তি কৰি জনসংখ্য়াক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?

(ক) তিনিটা ভাগত

(খ) দুটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (খ) দুটা ভাগত

3. অষ্ট্ৰেলিয়াৰ বয়স-লিংগ পিৰামিড টোৰ আকৃতি কেনেকুৱা ধৰণৰ ? 

(ক) বহল আকৃতিৰ

(খ) ঘন্টা আকৃতিৰ

(গ) ঘূৰণীয়া আকৃতিৰ

উত্তৰঃ (খ) ঘন্টা আকৃতিৰ

4. বয়স আৰু লিঙ্গৰ গঠন দেখুৱাবলৈ কি ব্য়ৱহাৰ কৰা হয় ?

(ক) প্ৰভুত্বকৰণ

(খ) তৰুণ

(গ) জনসংখ্য়াৰ স্তম্ভ

উত্তৰঃ (গ) জনসংখ্য়াৰ স্তম্ভ

5. কিহৰ ওপৰত ভিত্তি কৰি জনসংখ্য়াক গ্ৰাম্য় আৰু নগৰীয়া এই দুই ভাগত ভাগ কৰা হৈছে ?

(ক) জনসংখ্য়া বৃদ্ধি

(খ) জনসংখ্য়াৰ গঠন

(গ) বাসস্থান

উত্তৰঃ (গ) বাসস্থান

6. এখন দেশৰ শিক্ষিত জনসংখ্য়া অনূুপাত হ’ল  

(ক) দেশৰ উন্নয়ন সূচক

(খ) আৰ্থ-সামাজিক উন্নয়ন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) আৰ্থ-সামাজিক উন্নয়ন

7. পৃথিৱীৰ উন্নত অঞ্চল সমূহত, লিংগ অনুপাত পদ্ধতিয়ে কোনো ব্য়তিক্ৰম প্ৰদৰ্শন নকৰে।

(ক) সত্য়

(খ) অসত্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য়

8. এচিয়াত লিংগ অনুপাত 

(ক) উচ্চমানৰ

(খ) মধ্য়মানৰ

(গ) নিম্নমানৰ

উত্তৰঃ (গ) নিম্নমানৰ

9. গড় হিচাবে, পৃথিৱীৰ জনসংখ্য়াত, প্ৰতি ১০০০ জন পুৰুষে প্ৰতি ৯৯০ গৰাকী মহিলাৰ লিঙ্গ অনুপাত প্ৰতিফলিত হৈ আছে।

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) শুদ্ধ

10. যুক্তৰাষ্ট্ৰ কানাডা আৰু ইউৰোপীয় নগৰ সমূহত মহিলাৰ সংখ্য়া বেছি । 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop