🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Geography Book Chapter 4 (Part 1) | চতুৰ্থ অধ্যায় | মানৱ বিকাশ | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 4

মানৱ বিকাশ

1. মানৱ বিকাশৰ সমস্য়াবোৰ লক্ষ্য় কৰাৰ বহুতো পথ আছে। সেই কেইটা হৈছে ঃ

(ক) আয়ৰ পথ

(খ) কল্য়াণকৰ পথ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

2. কোনজনৰ বৰ্ণনা মতে, মানৱ বিকাশ এনে এক বিকাশ, যিয়ে মানুহে পছন্দ কৰা কাৰ্যৰ পৰিসৰ বঢ়াই তোলাৰ লগতে,তেওঁলোকৰ জীৱন ধাৰণৰ মানও উন্নত কৰে।

(ক) ৰাট্জেল

(খ) মুহবুব্-উল-হক্;

(গ) এলেন চি চেম্পল

উত্তৰঃ (খ) মুহবুব্-উল-হক্;

3. পৃথিৱীৰ ভিতৰতে ভূটান একমাত্ৰ দেশ, যিয়ে ‘সামগ্ৰিক জাতীয় সুখ’ কাৰ্যত পৌৰোহিত্য় কৰা বুলি ঘোষনা কৰিছে, যিটোৱে দেশৰ উন্নতিৰ জোখ দিয়ে। 

(ক) সত্য়

(খ) অসত্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সত্য়

4. মানৱ বিকাশৰ ক্ষেত্ৰত আৰ্জিত সাফল্য়াংকৰ ওপৰত ভিত্তি কৰি, দেশসমূহক কেইটা গোটত শ্ৰেণীভূক্ত কৰা হয়?

(ক) ৬ টা

(খ) ৫ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা

5. উচ্চ মানৱ বিকাশ সূচক সম্পন্ন দেশ সমূহৰ সাফল্য়াঙ্ক ০.৮ৰ ওপৰত থাকে।

(ক) সত্য়

(খ) অসত্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সত্য়

6. সৰ্বমুঠ কেইখন দেশৰ, নিম্ন স্তৰৰ মানব বিকাশৰ খতিয়ান আছে ?

(ক) ২২ খন

(খ) ৩২ খন

(গ) ১২খন

উত্তৰঃ (খ) ৩২ খন

7. ১৯৯০ চনৰ পৰা UNDP যে প্ৰত্য়েক বছৰে মানৱ বিকাশৰ খতিয়ান, প্ৰকাশ কৰি আহিছে । উক্তিটো ঃ

(ক) সচাঁ

(খ) মিচা

(গ) এটাও নহয়

উত্তৰঃ (ক) সচাঁ

8. মানৱ বিকাশ সূচকত ভাৰতবৰ্ষ, ১২৫ খন দেশত কৈ পিছপৰা। উক্তিটো ঃ

(ক) অসত্য়

(খ) সত্য়

(গ) এটাও নহয়

উত্তৰঃ (খ) সত্য়

9. কিমান চনত  ডঃ মুহবুব্-উল-হকে ‘মানৱ বিকাশ সূচক’ৰ সৃষ্টি কৰিছিল ?

(ক) ১৯৮৯

(খ) ১৯৯৮

(গ) ১৯৯০

উত্তৰঃ (গ) ১৯৯০

10. শ্ৰীলংকা, ত্ৰিনিডাদ আৰু টবাগোৱে মানৱ বিকাশৰ সূচকত, ভাৰতবৰ্ষতকৈ উচ্চতৰ পদমৰ্যাদা লাভ কৰিছে ।  

(ক) সচাঁ

(খ) মিছা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সচাঁ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop