Class 12 Geography Book Chapter 8 (Part 1) | অষ্টম অধ্যায় | পৰিবহন আৰু যোগাযোগ | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 8

পৰিবহন আৰু যোগাযোগ

1. এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহ অন্য়ান্য় সামগ্ৰী অনা-নিয়া কৰাৰ মাধ্য়মক কি বুলি কোৱা হয় ? 

(ক) প্ৰবজন

(খ) পৰিবহন

(গ) যাতায়ত

উত্তৰঃ (খ) পৰিবহন

2. কিমান শতিকাত ভাপ-ইঞ্জিন আবিষ্কাৰ কৰা হৈছিল ?

(ক) ১৭ শতিকাত

(খ) ১৯ শতিকাত

(গ) ১৮ শতিকাত

উত্তৰঃ (গ) ১৮ শতিকাত

3. কিমান চনত ইংলেণ্ডৰ ষ্টকটন আৰু ডালিংটনক সংযোগ কৰি পৃথিৱীৰ প্ৰথম ৰেলপথটো মুকলি কৰি দিয়া হয় ?

(ক) ১৮২৫ চনত

(খ) ১৭২৬ চনত

(গ) ১৭৭৮ চনত

উত্তৰঃ (ক) ১৮২৫ চনত

4. ভাৰতত পোন প্ৰথম ৰেলপথ মহাৰাষ্ট্ৰৰ বোম্বাই আৰু থানেক সংযোগ কৰি কৰা হয়। 

(ক) সঁচা

(খ) মিচা

(গ) এটাও নহয়

উত্তৰঃ (ক) সঁচা

5. ,সমগ্ৰ পৃথিৱীৰ গাড়ী চলাচল কৰিব পৰা পথৰ দৈৰ্ঘ্য় কিমান ? 

(ক) ১৬ নিযুত কি’লমিটাৰ

(খ) ১৫ নিযুত কি’লমিটাৰ

(গ) ১৮ নিযুত কি’লমিটাৰ

উত্তৰঃ (খ) ১৫ নিযুত কি’লমিটাৰ

6. বৰ্তমান সমগ্ৰ বিশ্বত প্ৰায় কিমান লাখ কি’লমিটাৰ ৰেলপথ যান বাহনৰ বাবে মুকলি কৰি দিয়া হৈছে ?

(ক) ১৫ লাখ

(খ) ১৮ লাখ

(গ) ১২ লাখ

উত্তৰঃ (ক) ১৫ লাখ

7. কিমান চনত ট্ৰান্স-কানাডা ৰেলপথটো নিৰ্মান কৰা হৈছিল ? 

(ক) ১৮৮৬ চনত

(খ) ১৮৯৭ চনত

(গ) ১৬৯৬ চনত

উত্তৰঃ (ক) ১৮৮৬ চনত

8. অষ্ট্ৰেলিয়াত প্ৰায় কিমান কি’লমিটাৰ দীঘল ৰেলপথ আছে ?

(ক) ৩০,০০০ কি’লমিটাৰ

(খ) ৬০,০০০ কি’লমিটাৰ

(গ) ৪০,০০০ কি’লমিটাৰ

উত্তৰঃ

9. ‘পান-আমেৰিকান ঘাই-পথ’ দক্ষিণ আমেৰিকা-মধ্য় আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডাক সংযোগ কৰি নিৰ্মান কৰা হৈছে । 

(ক) সত্য়

(খ) অসত্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য়

10. আন্তৰ্জাতিক সীমান্তৰ কাষেৰে নিৰ্মান কৰা ঘাইপথ বোৰক সীমান্ত ঘাইপথ বোলে । 

(ক) মিচা

(খ) সঁচা

(গ) এটাও নহয়

উত্তৰঃ (খ) সঁচা

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop