🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Assamese Chapter 6 MCQ’s Sankardev School |গাখীৰৰ পুখুৰী | Class 3 Assamese Chapter 6 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 6

গাখীৰৰ পুখুৰী

১। ৰজা জনে প্ৰজাৰ সুখৰ বাবে কি  সজাই দিছিল ?

(ক) জিৰণি চ’ৰা

(খ) ডাক্তৰখানা

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।

২। প্ৰজাৰ সুখী  আছিল নে ?

(ক) আছিল

(খ) নাছিল

(গ) এটাও নহয়

উত্তৰ- (ক) আছিল ।

৩। অতিথিশালা শব্দ অৰ্থটো কি ?

(ক) বাটচৰা

(খ) জিৰণি-ঘৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) জিৰণি-ঘৰ ।

৪। কু-প্ৰবৃত্তি শব্দ অৰ্থ কি ?

(ক) বেয়া মনোভাব

(খ) ভাল মনোভাব

(গ) এটাও নহয়

উত্তৰ- (ক) বেয়া মনোভাব ।

৫। উভৈনদী শব্দ অৰ্থ কি ?

(ক) বৈ পৰা

(খ) নীতিগত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বৈ পৰা ।

৬। মানুহবোৰৰ কু-চিন্তাবোৰ দেখি ৰজাৰ ভাল লাগি নে বেয়া লাগিল ?

(ক) ভাল লাগিল

(খ) বেয়া লাগিল

(গ) এটাও নহয়

উত্তৰ- (খ) বেয়া লাগিল ।

৭। নৈতিক শব্দ অৰ্থ কি ?

(ক) উন্নতি

(খ) নীতিগত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) নীতিগত ।

৮। শব্দ কাক বোলে ?

(ক) এটা বা তাতোধিক বৰ্ণ বা আখৰ লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে ।

(খ) দুটা বৰ্ণ বা আখৰ লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে ।

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) এটা বা তাতোধিক বৰ্ণ বা আখৰ লগ হৈ কোনো এটা অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে ।

৯। বাক্য কাক বোলে ?

(ক) এটা বা তাতোকৈ অধিক শব্দ লগ হৈ কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰাকে বাক্য বোলে

(খ) দুটা বা তাতোকৈ অধিক শব্দ লগ হৈ কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলে

(গ) এটাও নহয়

উত্তৰ- (খ) দুটা বা তাতোকৈ অধিক শব্দ লগ হৈ কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলে ।

Type by- Bikul Mandal

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop