🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Science Chapter 1 MCQ’s Assam Jatiya Bidyalaya |পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা | AJB Class 3 Science Chapter 1| MCQ’s Assamese Medium | Class 3 Science Chapter 1 | MCQ’s Type Question Answer |

Chapter-1

পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা

1/ পদাৰ্থ অৱস্থা কেইটা  ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰঃ (খ) ৩ টা।

2/ বায়ু, ধোঁৱা আদি আন প্ৰকাৰৰ কি পদাৰ্থৰ দৰে নহয় ?

(ক) গোটা আৰু জুলিয়া

(খ) পনীয়া

(গ) শুকান

উত্তৰঃ (ক) গোটা আৰু জুলিয়া।

3/ ধোঁৱাৰ দৰে বায়ুৰ নিৰ্দিষ্ট আয়তন বা আকৃতি ?

(ক) আকৃতি আছে

(খ) আকৃতি নাই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আকৃতি নাই।

4/ বৰষুণৰ লগত নামি অহা শিল আচলতে কি হয় ?

(ক) শিল গুটি

(খ) বালি

(গ) বৰফ

উত্তৰঃ (গ) বৰফ।

5/ নিৰ্দিষ্ট আয়তন কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক কি পদাৰ্থ বোলে ?

(ক) শুকান পদাৰ্থ

(খ) জুলিয়া পদাৰ্থ

(গ) গোটা পদাৰ্থ

উত্তৰঃ (খ) জুলিয়া পদাৰ্থ।

6/ পানী অতি চেচাঁ হ লে জুলিয়া অৱস্থাপৰা কি অৱস্থালৈ যায় ?

(ক) কঠিন

(খ) পলীয়া

(গ) গোটা

উত্তৰঃ (ক) কঠিন।

7/ কি বস্তু মানুহে সাজি লয় ?

(ক) টেবুল চকী আদি

(খ) লোহা বস্তু আদি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) টেবুল চকী আদি।

8/ বস্তুৰ আন এটা নাম কি ?

(ক) গোটা

(খ) পদাৰ্থ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পদাৰ্থ।

9/ কিছুমান বস্তু আমি দেখা নাপাঁও ? 

(ক) গছ – গছনি

(খ) বতাহ আৰু বায়ু

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বতাহ আৰু বায়ু।

10/ মানুহে প্ৰাকৃতিক বস্তুৰ পৰাই কি কি উলিয়া লয় ?

(ক) মাটি জুইত পুৰি বনায় ,বাঁহ খেৰৰ পৰা কাৰখানাত কাগজ আদি

(খ) লোহাৰ পৰান গছৰ কাঠৰ পৰা বিচনা আদি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) মাটি জুইত পুৰি বনায় ,বাঁহ খেৰৰ পৰা কাৰখানাত কাগজ আদি।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop