🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Social Science Chapter 10 MCQ’s Sankardev School | আমাৰ উৎসৱসমুহ  | Class 3 Social Science Chapter 10 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-10

আমাৰ উৎসৱসমুহ 

১) বিবিন্ন জাতি – জনজাতি আৰু সকলো সম্প্ৰদায়ে লোকে একেলগে কি জাতি বুলি কোৱা হয় ? 

ক) মুছলিম জাতি

খ) মিছিং জাতি

গ) অসমীয়া জাতি

ঘ) ৰাভা জাতি

উত্তৰঃ গ) অসমীয়া জাতি।

২) আমি পালন কৰা উৎসৱসমুহ কিহৰ লগত জড়িত ? 

ক) খেলৰ লগত জড়িত

খ) গানৰ লগত জড়িত

গ) কৃষিৰ লগত জড়িত

ঘ) ব্যবসায়ৰ লগত জড়িত

উত্তৰঃ গ) কৃষিৰ লগত জড়িত।

৩) আন কিছুমান উৎসৱ কিহৰ লগত জড়িত ? 

ক) গানৰ লগত জড়িত

খ) ধৰ্ম লগত জড়িত

গ) কৃষিৰ লগত জড়িত

ঘ) ব্যৱসায়ৰ লগত জড়িত

উত্তৰঃ খ) ধৰ্ম লগত জড়িত।

৪) আকৌ আন কিছুমান উৎসৱ কিহৰ জগত জড়িত ? 

ক) ধৰ্ম লগত জড়িত

খ) গানৰ জগত জড়িত

গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত

ঘ) কৃষিৰ লগত জড়িত

উত্তৰঃ গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত।

৫) অসমত সকলো জাতি – ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰা প্ৰধান উৎসৱ টো কি ? 

ক) ঈদ

খ) দুৰ্গা পুজা

গ) বিহু

ঘ) বাথৌ পুজা

উত্তৰঃ গ) বিহু।

৬) উৎসৱে আমাৰ মনত কি দিয়ে ? 

ক) দুখ দিয়ে

খ) আনন্দ দিয়ে

গ) আঘাত দিয়ে

ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আনন্দ দিয়ে।

৭) গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২৫ জানুবাৰী

খ) ২৬ জানুবাৰী

গ) ১৫ আগষ্ট

ঘ) ২ জানুবাৰী

উত্তৰঃ গ) ১৫ আগষ্ট।

৮) স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২৬ জানুবাৰী

খ) ১৫ আগষ্ট

গ) ২ জানুবাৰী

ঘ) ২৫ জানুবাৰী

উত্তৰঃ খ) ১৫ আগষ্ট।

৯) গান্ধী জয়ন্তী কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২ অক্টোবৰ

খ) ৫ অক্টোবৰ

গ) ১৫ আগষ্ট

ঘ) ২৬ জানুবাৰী

উত্তৰঃ ক) ২ অক্টোবৰ

১০) শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয়  ? 

ক) ৫ ছেপ্টেম্বৰ

খ) ২৪ জানুবাৰী

গ) ২৬ জানুবাৰী

ঘ) ১৫ আগ

উত্তৰঃ ক) ৫ ছেপ্টেম্বৰ

Type By- Subhas nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop