Class 3 Social Science Chapter 3 MCQ’s Sankardev School | স্কেল , ছবি, নক্সা আৰু মানচিত্ৰ | Class 3 Social Science Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 3

স্কেল , ছবি, নক্সা আৰু মানচিত্ৰ

১। কোনো বস্তুৰ দীঘ, পুতল, ওজন, শীতলতা, তাপ আদি জুৰি চাবৰৰ কাৰণে ব্যৱহাৰ কৰা নিৰ্দিষ্ট এককযুক্ত সঁজুলিক কি বুলি কোৱা হয়?

(ক) ওজন

(খ) মিটাৰ

(গ) স্কেল

উত্তৰ- (গ) স্কেল ।

২। আমি জ্বৰ জুখিবলৈ ব্যৱহাৰ কৰা মিটাৰ টো নাম কি?

(ক) বেৰ মিটাৰ

(খ) থাৰ্ম মিটাৰ

(গ) চেণ্টিমিটাৰ

উত্তৰ- (খ) থাৰ্ম মিটাৰ ।

৩। বতৰ চাবলৈ ব্যৱহাৰ কৰা মিটাৰ টো নাম কি?

(ক) বেৰ মিটাৰ

(খ) দগা – পাল্লা

(গ) থাৰ্ম মিটাৰ

উত্তৰ- (ক) বেৰ মিটাৰ ।

৪। স্কেলত থকা সৰু সৰু দাগৰ একোটা ভাগক কি বুলি কোৱা হয়?

(ক) চেণ্টি়মিটাৰ

(খ) মিলিমিটাৰ

(গ) কিলোমিটাৰ

উত্তৰ- (খ) মিলিমিটাৰ ।

৫। স্কেলত থকা সৰু সৰু দহোটা ভাগক কিমান চেণ্টিমিটাৰ বুলি কোৱা হয়?

(ক) ১০ চেণ্টিমিটাৰ

(খ) ১ চেণ্টিমিটাৰ

(গ) ৫ চেণ্টিমিটাৰ

উত্তৰ- (খ) ১ চেণ্টিমিটাৰ ।

৬। পৃথিৱীৰ উপৰিভাগত অৱস্থিতি চিনি  উলিয়াবলৈ  যি চিত্ৰ ব্যৱহাৰ কৰে তাক কি বুলি কোৱা হয়?

(ক) স্কেল

(খ) মানচিত্ৰ

(গ) নক্সা

উত্তৰ- (খ) মানচিত্ৰ ।

৭। বস্তু-বাহিনি  জুখিবলৈ কি ব্যৱহাৰ কৰা হয়?

(ক) স্কেল

(খ) চেণ্টিমিটাৰ

(গ) দগা-পাল্লা

উত্তৰ- (গ) দগা-পাল্লা ।

৮। কোনো এটা বস্তুৰ হুবহু ৰুপটো আকিঁ দেখুওৱাকে কি বোলা হয়?

(ক) নক্সা

(খ) ছবি

(গ) মানচিত্ৰ

উত্তৰ- (গ) মানচিত্ৰ ।

Type by- Bikul Mandal

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop