Chapter- 8.12
দৰং জিলা
১। কিহৰ পৰা দৰং নাম টো উৎপত্তি হয়?
(ক) ভুটীয়াসকলৰ পৰা
(খ) পৰ্বতীয়া অঞ্চলৰ পৰা
(গ) ‘দ্বাৰম’ শব্দৰ পৰা
উত্তৰ- (গ) ‘দ্বাৰম’ শব্দৰ পৰা ।
২। দৰং জিলা চাৰিসীমাত কি কি জিলা আছে?
(ক) মৰিগাঁও, নগাঁও, গোৱালপাৰা
(খ) ওদালগুৰি, শোণিতপুৰ, কামৰূপ মহানগৰ, মৰিগাঁও
(গ) ওদালগুৰি, শোণিতপুৰ, গোৱালপাৰা
উত্তৰ- (খ) ওদালগুৰি, শোণিতপুৰ, কামৰূপ মহানগৰ, মৰিগাঁও ।
৩। দৰং জিলা সদৰ ঠাই কি?
(ক) দৰং
(খ) গোৱালপাৰা
(গ) মঙলদৈ
উত্তৰ- (গ) মঙলদৈ ।
৪। দৰং জিলা মাটিকালি কিমান?
(ক) ১৩৪৫ বৰ্গ কিঃমিঃ
(খ) ১৫৮৫ বৰ্গ কিঃমিঃ
(গ) ১৬৭৮ বৰ্গ কিঃমিঃ
উত্তৰ- (খ) ১৫৮৫ বৰ্গ কিঃমিঃ ।
৫। দৰং জিলা জনসংখ্যা কিমান?
(ক) ৭,৯৯,০৯৮ জন
(খ) ৯,৮৯,০৬৭ জন
(গ) ৯,০৮,০৯০ জন
উত্তৰ- (গ) ৯,০৮,০৯০ জন ।
৬। দৰং জিলা প্ৰধান উপনৈ কি কি?
(ক) বৰনদী, ননৈ,জীয়া বেগা ইত্যাদি।
(খ) ডিগাৰু, ভৰলু, মৰা, বশিষ্ঠ ইত্যাদি।
(গ) বৰলীয়া, বকো, কুলয়ী, শিংৰা ইত্যাদি।
উত্তৰ- (ক) বৰনদী, ননৈ,জীয়া বেগা ইত্যাদি। ।
৭। দৰং জিলা প্ৰধান বিল কি কি?
(ক) খামৰাং, কুকুৰমাৰা , চলচলা আদি।
(খ) গৰজান, বৰবিল, ঘগা আদি
(গ) দীপৰ আদি
উত্তৰ- (ক) খামৰাং, কুকুৰমাৰা , চলচলা আদি। ।
৮। দৰং জিলা ৰাষ্ট্ৰীয় পথ কিমান নং?
(ক) ২৩ নং
(খ) ৩১ নং
(গ) ৫২ নং
উত্তৰ- (গ) ৫২ নং ।
৯। দৰং জিলা প্ৰধান শস্য কি কি ?
(ক) ধান, মাহ, সৰিয়হ, মৰাপাট
(খ) মাহ
উত্তৰ- (ক) ধান, মাহ, সৰিয়হ, মৰাপাট ।
১০। দৰং জিলা প্ৰধান ঠাই কি?
(ক) মঙলদৈ
(খ) দৰঙীয়া কলা-সংস্কতিৰ
(গ) চাহ বাগিচা
উত্তৰ- (খ) দৰঙীয়া কলা-সংস্কতিৰ ।
Type by- Bikul Mandal