🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Social Science Chapter 8.14 MCQ’s Sankardev School | ১৪) মৰিগাঁও জিলা | Class 3 Social Science Chapter 8.14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.14

মৰিগাঁও জিলা

১। মৰিগাঁও জিলা নামটো ক’ৰ পৰা উৎপত্তি হয়?

(ক) ‘কলেৰাত’ মৰি প্ৰায় মানুহ নিঃশেষ হোৱা পৰা উৎপতি হয়।

(খ) বসবাস কৰা মানুহৰ পৰা উৎপত্তি হয়।

(গ) মৰাপাতৰ নামৰ পৰা উৎপত্তি হয়।

উত্তৰ- (ক) ‘কলেৰাত’ মৰি প্ৰায় মানুহ নিঃশেষ হোৱা পৰা উৎপতি হয়।

২। মৰিগাঁও জিলা চাৰিসিমাত কি কি জিলা আছে?

(ক) দৰং, নগাঁও, কাৰ্বি আংলং ।

(খ) গোৱালপাৰা, মৰিগাঁও, চিৰাং।

(গ) নগাঁও, কামৰূপ, দৰং।

উত্তৰ- (ক) দৰং, নগাঁও, কাৰ্বি আংলং ।

৩। মৰিগাঁও জিলা সদৰ ঠাই কি?

(ক) জাগীৰোদ

(খ) ধৰমতুল

(গ) মৰিগাঁও

উত্তৰ- (গ) মৰিগাঁও ।

৪। মৰিগাঁও জিলা মাটিকালি কিমান ?

(ক) ১,৮৭৯.৯৮ বৰ্গ কিঃমিঃ।

(খ) ১,৫৮৭.৬৫ বৰ্গ কিঃমিঃ

(গ) ১,৯৮৬.৮৭ বৰ্গ কিঃমিঃ

উত্তৰ- (খ) ১,৫৮৭.৬৫ বৰ্গ কিঃমিঃ ।

৫। মৰিগাঁও জিলা জনসংখ্যা কিমান?

(ক) ৯,৫৭,৮৫৩ জন

(খ) ৮,৯৮ ,৯৮৭ জন

(গ) ৯,৬৭,৪৫৬ জন

উত্তৰ- (ক) ৯,৫৭,৮৫৩ জন ।

৬। মৰিগাঁও জিলা মহকুমা কি?

(ক) জাগীৰোড

(খ) বৰঙাৱাৰী

(গ) মৰিগাঁও

উত্তৰ- (গ) মৰিগাঁও ।

৭। মৰিগাঁও প্ৰধান বিল কি কি?

(ক) সৰুচলা, বৰচলা ইত্যাদি।

(খ) খামৰাং, দীপৰ ইত্যাদি।

(গ) চলচলা, সতাদলা ইত্যাদি।

উত্তৰ- (ক) সৰুচলা, বৰচলা ইত্যাদি।

৮। মৰিগাঁও জিলা প্ৰধান উপনৈ কি কি?

(ক) কপিলি, ননৈ,জীয়া ইত্যাদি।

(খ) বৰদনী, পাঁচনৈ, বেগা ইত্যাদি।

(গ) কপিলি, কিলিং, কলং ইত্যাদি।

উত্তৰ- (গ) কপিলি, কিলিং, কলং ইত্যাদি।

৯। মৰিগাঁও জিলা প্ৰধান শস্য কি কি?

(ক) ধান

(খ) মাহ

(গ) সৰিয়হ, মৰাপাত , ধান আদি

উত্তৰ- (গ) সৰিয়হ, মৰাপাত , ধান আদি ।

১০। মৰিগাঁও জিলা কিমান নং ৰাষ্ট্ৰীয় পথ?

(ক) ৩৩ নং

(খ) ৩৭ নং

(গ) ৫২ নং

উত্তৰ- (খ) ৩৭ নং ।

Type by- Bikul Mandal

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop