Class 3 Social Science Chapter 8.17 MCQ’s Sankardev School | ১৭) গোলাঘাট জিলা | Class 3 Social Science Chapter 8.17 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8.17

গোলাঘাট জিলা

১। গোলাঘাট নাম টো ক’ৰ পৰা উৎপত্তি হৈছে?

(ক) ঘাটত থকা গোলাৰ পৰা উৎপত্তি হৈছে।

(খ) ধনশিৰি নৈৰ ঘাটৰ পৰা উৎপত্তি হৈছে।

(গ) নৈৰ নামৰ পৰা উৎপত্তি হৈছে।

উত্তৰ- (ক) ঘাটত থকা গোলাৰ পৰা উৎপত্তি হৈছে।

২। গোলাঘাট জিলাৰ চাৰিসীমাত কি কি জিলা আছে?

(ক) বিশ্বনাথ, মাজুলি,যোৰহাট ইত্যাদি।

(খ) মৰিগাঁও, নগাঁও,যোৰহাট ইত্যাদি।

(গ) গোৱালপাৰা, মৰিগাঁও, নগাঁও ইত্যাদি।

উত্তৰ- (ক) বিশ্বনাথ, মাজুলি,যোৰহাট ইত্যাদি।

৩। গোলাঘাট জিলা সদৰ ঠাই কি?

(ক) গোৱালপাৰা।

(খ) মেৰাপানী।

(গ) গোলাঘাট।

উত্তৰ- (গ) গোলাঘাট।

৪। গোলাঘাট জিলা মহকুমা কি?

(ক) গোলাঘাট, মৰিগাঁও, নগাঁও।

(খ) গোৱালপাৰা, বোকাখাট,মেৰাপানি।

(গ) গোলাঘাট, মেৰাপানি, বোকাখাট, আৰু ধনশিৰি।

উত্তৰ- (গ) গোলাঘাট, মেৰাপানি, বোকাখাট, আৰু ধনশিৰি।

৫। গোলাঘাট জিলা মাটিকালি কিমান?

(ক) ৩,৭৮৭.৭০ বৰ্গ কিঃমি।

(খ) ৩,৫৪০.৭০ বৰ্গ কিঃমি।

(গ) ৩,৮৭৯.৭০ বৰ্গ কিঃমি।

উত্তৰ- (খ) ৩,৫৪০.৭০ বৰ্গ কিঃমি।

৬। গোলাঘাট জিলা জনসংখ্যা কিমান?

(ক) ১০,৫৮,৬৭৪ জন।

(খ) ১০,৭৮,৮৭৯ জন।

(গ) ১০,৬৭,৭৮৯ জন।

উত্তৰ- (ক) ১০,৫৮,৬৭৪ জন।

৭। গোলাঘাট জিলা প্ৰধান উপনৈ কি?:

(ক) ধনশিৰি, ৰেংমা,নামবৰ ইত্যাদি।

(খ) কপিলি, ননৈ, কলং ইত্যাদি।

(গ) ধনশিৰি, নামবৰ, ননৈ ইত্যাদি।

উত্তৰ- (ক) ধনশিৰি, ৰেংমা,নামবৰ ইত্যাদি।

৮। গোলাঘাট জিলা ৰে’ল জংছনৰ নাম কি?

(ক) ফৰকাটিং জংচন।

(খ) লামডিং জংছন।

(গ) শেনচোৱা জংচন।

উত্তৰ- (ক) ফৰকাটিং জংচন।

৯। গোলাঘাট জিলা কিমান নং ৰাষ্ট্ৰিয় পথ?

(ক) ৩২ নং।

(খ) ২১ নং।

(গ) ৩৭ নং।

উত্তৰ- (গ) ৩৭ নং।

১০। গোলাঘাট জিলাত কি ৰাষ্ট্ৰীয় অভয়াৰণ্য অৱস্থিত?

(ক) কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য।

(খ) পবিতৰা অভয়াৰণ্য।

(গ) নামবৰ অভয়াৰণ্য

উত্তৰ- (ক) কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য।

Type by- Bikul Mandal

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop