🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 Social Science Chapter 3 MCQ’s Sankardev School | অসমৰ জলবায়ু | Class 4 Social Science Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-3

অসমৰ জলবায়ু

১। অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে গ্ৰীষ্মকালত প্ৰচুৰ পৰিমানে কি হয়?

(ক) বতাহ

(খ) বৰষুণ

(গ) মৌচুমী

উত্তৰঃ (খ) বৰষুণ।

২। অসমত কি মাহৰ পৰা কি মাহলৈ বৰষুণৰ ঋতু চলে?

(ক) জানুবাৰী মাহৰ পৰা এপিললৈ

(খ) মে মাহৰ পৰা জুনলৈ

(গ) জুন মাহৰ পৰা ছেপ্টেম্বৰলৈ

উত্তৰঃ (গ) জুন মাহৰ পৰা ছেপ্টেম্বৰলৈ।

৩। অসমত বছৰি গড়ে কিমান চেঃ মিঃ বৰষুণ হয়?

(ক) ২০০ চেঃ মিঃ

(খ) ৩০০ চেঃ মিঃ

(গ) ৫০০ চেঃ মিঃ

উত্তৰঃ (ক) ২০০ চেঃ মিঃ।

৪। অসমৰ পূবফালত আৰু উত্তৰৰ হিমালয়ৰ কাষৰীয়া অঞ্চলত বছৰি গড়ে প্ৰায় কিমান পৰ্যন্ত বৰষুণ হয়?

(ক) ৪০০ চেঃ মিঃ

(খ) ৩০০ চেঃ মিঃ

(গ) ৬০০ চেঃ মিঃ

উত্তৰঃ (খ) ৩০০ চেঃ মিঃ।

৫। বৰষুণ অধিক হোৱাৰ বাবে ৰাজ্য়খনত কি বেছি?

(ক) ঘৰ-দুৱা

(খ) নদ-নদী

(গ) গছ-গছনি

উত্তৰঃ (খ) নদ-নদী।

৬। জলবায়ু অনুসৰি মানুহৰ কি বেলেগ হয়?

(ক) ঘৰ-দুৱা

(খ) সাজ-পাৰ

(গ) নদ-নদী

উত্তৰঃ (খ) সাজ-পাৰ।

৭। বাৰিষা কালত প্ৰধান শস্য় কি?

(ক) তিল-মাহ

(খ) কঁঠাল-মধুৰীআম

(গ) ধান-মৰাপাট

উত্তৰঃ (গ) ধান-মৰাপাট।

৮। অসমৰ বিভিন্ন ঋতুত কি পোৱা যায়?

(ক) ফল-মূল

(খ) খেতি

(গ) পূজা

উত্তৰঃ (ক) ফল-মূল।

৯। পাহাৰীয়া অঞ্চলৰ লোক সকলে কি খেতি কৰে?

(ক) গুমখেতি

(খ) ঝুমখেতি

(গ) আহুধানৰখেতি

উত্তৰঃ (খ) ঝুমখেতি।

১০। মানুহে ঋতু অনুসৰি কি কৰে?

(ক) উৎসৱ পালন

(খ) ধৰ্ম পালন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উৎসৱ পালন।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop