Class 4 Social Science Chapter 5 MCQ’s Sankardev School | অসমৰ যাতায়াত ব্য়ৱস্থা | Class 4 Social Science Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 5

অসমৰ যাতায়াত ব্য়ৱস্থা

১। এক্সপ্ৰেছ হাইৱে বা দ্ৰুতবেগী ৰাজপথটো নাম কি?

(ক) ইষ্ট- কৰিড’ৰ’

(খ) ইষ্ট–ৱেষ্ট কৰিড’ৰ’

(গ) ৱেষ্ট-কৰিড’ৰ’

উত্তৰঃ (খ) ইষ্ট–ৱেষ্ট কৰিড’ৰ’।

২। অসমৰ সকলো প্ৰধান ঠাই সংযোগ কৰি আহল-বহল আলিবাট নিৰ্মাণ কৰা দায়িত্বটো কোনে লৈছে?

(ক) চৰকাৰে

(খ) ব্ৰিটিছে

(গ) ৰাইজে

উত্তৰঃ (ক) চৰকাৰে

৩। এই পথবোৰক কি পথ বোলে?

(ক) ভাৰতীয় পথ

(খ) ৰাষ্ট্ৰীয় পথ

(গ) চৰকাৰৰ পথ

উত্তৰঃ (খ) ৰাষ্ট্ৰীয় পথ।

৪। গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত কি সেতু আছে?

(ক) ড॰ ভূপেন হাজৰিকা সেতু

(খ) নৰনাৰায়ণ সেতু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নৰনাৰায়ণ সেতু।

৫। নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰি কি দলং আছে?

(ক) ড॰ ভূপেন হাজৰিকা দলং

(খ) শৰাইঘাট দলং

(গ) কলিয়াভোমোৰা দলং

উত্তৰঃ (গ) কলিয়াভোমোৰা দলং।

৬। ড॰ ভূপেন হাজৰিকা সেতু নামেৰ দলংখন কিমান স্থান থকা দলং?

(ক) প্ৰথম

(খ) তৃতীয়

(গ) চতুৰ্থ

উত্তৰঃ (গ) চতুৰ্থ।

৭। ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত পঞ্চমখন দলংৰ নাম কি?

(ক) বগী বিল

(খ) শৰাইঘাট

(গ) কলিয়াভোমোৰা

উত্তৰঃ (ক) বগী বিল।

৮। বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত কি চলে?

(ক) নাও

(খ) জাহাজ

(গ) এৰপিলেন

উত্তৰঃ (খ) জাহাজ।

৯। অসমত কেইপ্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে?

(ক) দুইপ্ৰকাৰৰ

(খ) তিনিপ্ৰকাৰৰ

(গ) চাৰিপ্ৰকাৰৰ

উত্তৰঃ (গ) চাৰিপ্ৰকাৰৰ।

১০। গুৱাহাটীৰ পাণ্ডুত এটা কি আছে?

(ক) একো নাই

(খ) নদী বন্দৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নদী বন্দৰ।

Type By- Subhas Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop