🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 New Science 2 Chapter 10 MCQ’s Jatiya Bidyalaya | অন্তঃস্ৰাৱী গ্ৰন্থি আৰু কৈশোৰ প্ৰাপ্তি | AJB Class 8 New Science 2 Chapter 10 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 10 | MCQ’s Type Question Answer |

Chapter- 10

অন্তঃস্ৰাৱী গ্ৰন্থি আৰু কৈশোৰ প্ৰাপ্তি

১। অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে কি নিঃসৰণ কৰে ?

(ক) হৰ’মন

(খ) পিটুইটাৰী

(গ) থাইৰয়ড

উত্তৰঃ (ক) হৰ’মন।

২। তলৰ কোনটো হৰ’মনৰ দ্বাৰা নিয়ন্ত্ৰিত নহয় ?

(ক) প্ৰজনন

(খ) অযৌজন প্ৰজননন

(গ) পিটুইটাৰী

উত্তৰঃ (গ) পিটুইটাৰী।

৩। কৈশোৰ কালত সুষম খাদ্য খোৱা—-

(ক) প্ৰয়োজন

(খ) প্ৰয়োজন নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰয়োজন।

৪। ডিম্বাশয় আৰু শুক্ৰাশয়  হ’ল—-

(ক) গ্ৰন্থি

(খ) যৌনাংগৰ

(গ) পূৰ্ণতা

উত্তৰঃ (ক) গ্ৰন্থি।

৫। আমাৰ আবেগবোৰ কাৰ দ্বাৰা নিয়ন্ত্ৰণ হয় ?

(ক) বহিঃস্ৰাৱী গ্ৰন্থি

(খ) নিঃসৰিত

(গ) অন্তঃস্ৰাৱী তন্ত্ৰ

উত্তৰঃ (গ) অন্তঃস্ৰাৱী তন্ত্ৰ।

৬। তলৰ কোনটো মানুহৰ প্ৰধান গ্ৰন্থি নহয় ?

(ক) নিঃসৰিত

(খ) পিটুইটেৰী

(গ) জনন

উত্তৰঃ (ক) নিঃসৰিত।

৭। গ্ৰন্থিৰ  কেইটা ভাগ থাকে ?

(ক) এটাভাগ

(খ) দুটা ভাগ

(গ) পাঁচটা ভাগ

উত্তৰঃ (খ) দুটা ভাগ।

৮। হৰ’মনবোৰ কি দ্ৰব্য ?

(ক) ৰাসায়নিক

(খ) বেক্টেৰিয়া

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) ৰাসায়নিক।

৯। অন্তঃস্ৰাৱী গ্ৰন্থি হ’ল ?

(ক) নলীযুক্ত

(খ) নলীবিহীন

(গ) শ্লেস্মা

উত্তৰঃ (খ) নলীবিহীন।

১০। কিহৰ ক্ষৰণ হৰ’মন

(ক) বহিঃস্ৰাৱী গ্ৰন্থি

(খ) অন্তঃস্ৰাৱী গ্ৰন্থি

(গ) নিঃসৰিত

উত্তৰঃ (খ) অন্তঃস্ৰাৱী গ্ৰন্থি।

১১। পিটুইটাৰী গ্ৰন্থিয়ে ভিন ভিন কি নিঃসৰণ কৰে ?

(ক) হৰ’মন

(খ) শুক্ৰাশয়

(গ) ডিম্বাশয়

উত্তৰঃ (ক) হৰ’মন।

১২। মাহেকীয়া ঋতু চক্ৰ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ?

(ক) থাইৰয়ড

(খ) পিটুইটেৰী

(গ) হৰ’মন

উত্তৰঃ (গ) হৰ’মন।

১৩। পিটুইটাৰী আকাৰত কিহৰ সমান ?

(ক) নিমখ

(খ) আলু

(গ) মটৰ গুটি

উত্তৰঃ (গ) মটৰ গুটি।

১৪। তলৰ কোনটো মানুহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হয় ?

(ক) থাইৰয়ড

(খ) পিটুইটেৰী

(গ) অধিবৃক্ক

উত্তৰঃ (ক) থাইৰয়ড।

১৫। পানীত আয়’ডিন নিদিষ্ট পৰিমাণে ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) থাকে।

১৬। আবেগ মানে কি ?

(ক) ভয়, লাজ লগা

(খ) খং উঠা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।

১৭। আমাৰ দেহটোৰ বিভিন্ন অংগসমূহৰ কাৰ্য্য়ৰ সমন্বয় দেহৰ কেইটা তন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ হয় ?

(ক) সাতটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (গ) দুটা।

১৮। হৰম’নক আৰু কি বুলি কোৱা হয় ?

(ক) বাৰ্তাবাহক

(খ) অধিবৃক্ক গ্ৰন্থি

(গ) বহিঃস্ৰাৱী গ্ৰন্থি

উত্তৰঃ (ক) বাৰ্তাবাহক।

১৯। অন্তঃস্ৰাৱী গ্ৰন্থি ক’ত অৱস্থিত ?

(ক) শ্বাসনলীত

(খ) অগ্ন্য়াশয়

(গ) বৃক্কৰ ওপৰৰ অংশত

উত্তৰঃ (গ) বৃক্কৰ ওপৰৰ অংশত।

২০। অগ্ন্য়াশয়ক কি গ্ৰন্থি বুলি কোৱা হয় ?

(ক) অন্তঃস্ৰাৱী গ্ৰন্থি

(খ) মিশ্ৰ গ্ৰন্থি

(গ) ঘৰ্ম গ্ৰন্থি

উত্তৰঃ (খ) মিশ্ৰ গ্ৰন্থি।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop