🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 New Science 2 Chapter 15 MCQ’s Jatiya Bidyalaya |পোহৰ | AJB Class 8 New Science 2 Chapter 15 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 15 | MCQ’s Type Question Answer |

১। প্ৰতিফলনৰ মূল সূত্ৰ কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা।

২। পোহৰ এক প্ৰকাৰৰ কি ?

(ক) তাপ

(খ) শক্তি

(গ) পানী

উত্তৰঃ (খ) শক্তি।

৩। পোহৰ কি ৰেখাত গতি কৰে

(ক) অভিলম্ব ৰেখা

(খ) অক্ষ ৰেখা

(গ) সৰল ৰেখা

উত্তৰঃ (গ) সৰল ৰেখা।

৪। দাপোন কেই প্ৰকাৰেৰে গঠিত

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।

৫। বগা ৰঙ কেইটা ৰঙৰ সমষ্টি ?

(ক) চাৰিটা

(খ) পাঁচটা

(গ) সাতটা

উত্তৰঃ (গ) সাতটা।

৬। লক্ষ্য বস্তুৰ প্ৰতিবিম্ব কেই প্ৰকাৰৰ

(ক) দুই ধৰণৰ

(খ) চাৰি ধৰণৰ

(গ) ছয় ধৰণৰ

উত্তৰঃ (ক) দুই ধৰণৰ।

৭। তলৰ কোনটো দাপোনৰ প্ৰকাৰৰ নহয় ?

(ক) সমতল

(খ) সৎ

(গ) অৱতল

উত্তৰঃ (খ) সৎ।

৮। তলৰ কোনটোৰ নিজা পোহৰ নাই ?

(ক) চন্দ্ৰ

(খ) সূৰ্য্য়

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) চন্দ্ৰ।

৯। কিহৰ ক্ষেত্ৰত কোণ সদায় সমান

(ক) পানী আৰু তাপ

(খ) পোহৰ আৰু মাটি

(গ) আপতন কোণ আৰু প্ৰতিফলন

উত্তৰঃ (গ) আপতন কোণ আৰু প্ৰতিফলন।

১০। পোহৰৰ প্ৰতিফলনৰ ভিত্তিত নিৰ্মাণ কৰা সুন্দৰ আৰু আৰামদায়ক সঁজুলি হ’ল

(ক) অণুবীক্ষণ

(খ) পাৰ্শ্বীয় বিলোমন

(গ) কেলিডোস্ক’প

উত্তৰঃ (গ) কেলিডোস্ক’প।

১১। তলৰ কোনটোৰ জৰিয়তে আমি দেখা পাওঁ

(ক) কাণ

(খ) নাক

(গ) চকু

উত্তৰঃ (গ) চকু।

১২। চকুৰ সমুখৰ স্বচ্ছ অংশক কি বোলা হয় ?

(ক) ক’ৰ্ণিয়া

(খ) পিউপিল

(গ) আইৰিছ

উত্তৰঃ (ক) ক’ৰ্ণিয়া।

১৩। পিউপিলক কোনে নিয়ন্ত্ৰণ কৰি ৰাখে ?

(ক) ক’ৰ্ণিয়া

(খ) ৰেটিনা

(গ) আইৰিছে

উত্তৰঃ (গ) আইৰিছে।

১৪। ৰেটিনাত কি থাকে

(ক) লেন্স

(খ) পোহৰ

(গ) স্নায়ু কোষ

উত্তৰঃ (গ) স্নায়ু কোষ।

১৫। দৃষ্টি স্নায়ু কোষ কেই প্ৰকাৰৰ

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ(ক) দুই প্ৰকাৰৰ।

১৬। তলৰ কোনটো আমাৰ চকুৰ অংশ নহয় ?

(ক) ক’ৰ্ণিয়া

(খ) ক’ন

(গ) ৰেটিনা

উত্তৰঃ (খ) ক’ন।

১৭। ম্নান পোহৰ চালে চকুৰ মণিকাৰ আকাৰ

(ক) ডাঙৰ

(খ) সৰু

(গ) কেতিয়াবা ডাঙৰ

উত্তৰঃ (ক) ডাঙৰ।

১৮। কম পোহৰ আৰু বেছি পোহৰ চকুৰ কাৰণে

(ক) ক্ষতি কাৰক

(খ) ক্ষতি কাৰক নহয়

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) ক্ষতি কাৰক।

১৯। আমাৰ লেন্সবোৰ সাধাৰণতে  

(ক) স্বচ্ছ

(খ) অস্বচ্ছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্বচ্ছ।

২০। তলৰ কোনজন লেখক অন্ধ হৈছিল

(ক) হেলেন কেলাৰ

(খ) হোমাৰ

(গ) ষ্টেভি ৱণ্ডা

উত্তৰঃ (খ) হোমাৰ।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop