Class 8 New Science 2 Chapter 7 MCQ’s Assam Jatiya Bidyalaya |বিদ্যুৎপ্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া | AJB Class 8 New Science 2 Chapter 7 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 7 | MCQ’s Type Question Answer |

Chapter-7

বিদ্যুৎপ্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া

১। বিদ্যুৎৰ সজুলিবোৰ বাহিৰৰ অংশ কিহেৰে তৈয়াৰী ?

(ক) পৰিবাহীৰে

(খ) অপৰিবাহীৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অপৰিবাহীৰে।

২। পৰিবাহী আৰু অপৰিবাহী পদাৰ্থবোৰ ?

(ক) কঠিন

(খ) পাতল

(গ) বৰ পাতল

উত্তৰঃ(ক) কঠিন।

৩। তলৰ কোনটো বস্তুত বিদ্যুৎ প্ৰভাৱিত হয়?

(ক) নিমখ

(খ) চেনি

(গ) আটা

উত্তৰঃ (ক) নিমখ।

৪। বিশুদ্ধ পানীৰ মাজেৰে বিদ্য়ুৎ প্ৰভাৱিত–

(ক) হয়

(খ) নহয়

(গ) কেতিয়াবা হয়

উত্তৰঃ (খ) নহয়।

৫। বেটাৰি নোলোৱাকৈ বাল্বটো—-

(ক) জ্বলিব

(খ) নজ্বলে

(গ) জ্বলাৰ সম্ভাৱনা আছে

উত্তৰঃ (খ) নজ্বলে।

৬। বাল্বতো কি হ’লে নজ্বলে ?

(ক) বিদ্যুৎ প্ৰবাহিত হ’লে

(খ) বিদ্যুৎ প্ৰবাহিত নহ’লে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিদ্যুৎ প্ৰবাহিত নহ’লে।

৭। বিদ্যুতৰ কেইটা কোষ থাকে ?

(ক) ১ টা

(খ) ২টা

(গ) ৫টা

উত্তৰঃ (খ) ২টা।

৮। এলইডিৰ কেইডাল তাঁৰ সংযোগ কৰা থাকে?

(ক) ২ ডাল

(খ) ৪ ডাল

(গ) ৬ ডাল

উত্তৰঃ (ক) ২ ডাল।

৯। এইলডিৰ চুটি তাঁৰ ডালক কি বোলা হয়?

(ক) ধনাত্মক মেৰু

(খ) ঋণাত্মক মেৰু

(গ) বিদ্যুৎবিশ্লেষ্য

উত্তৰঃ (খ) ঋণাত্মক মেৰু।

১০। তলৰ কোনটো বিদ্য়ুৎ বিশ্লেষ্য?

(ক) চেনি

(খ) গ্লুক’জ

(গ) ছ’ডিয়াম ক্ল’ৰাইড

উত্তৰঃ (গ) ছ’ডিয়াম ক্ল’ৰাইড।

১১। বিদ্য়ুৎবিশ্লেষ্যই গলিত অৱস্থাত বিদ্যুৎ পৰিবহন—

(ক) কৰে

(খ) নকৰে

(গ) কৰে কিন্ত কম

উত্তৰঃ (ক) কৰে।

১২। এবিধ ধাতুৰ ওপৰত আন এবিধ ধাতুৰ প্ৰলেপ দিয়া কাৰ্য্যক কি বোলা হয়?

(ক) বিদ্যুৎবিশ্লেষণ

(খ) বিদ্যুৎলেপন

(গ) বিদ্যুৎবিশ্লেষ্য

উত্তৰঃ(খ) বিদ্যুৎলেপন।

১৩। এছিড, ক্ষাৰক আৰু লৱণ হ’ল ?

(ক) বিদ্যুৎবিশ্লেষ্য

(খ) বিদ্যুৎবিশ্লেষণ

(গ) বিদ্যুৎলেপন

উত্তৰঃ (ক) বিদ্যুৎবিশ্লেষ্য।

১৪। গজালবোৰক ঋণাত্মক মেৰুৰ সৈতে সংযোগ কৰিলে কি হয়?

(ক) বিদ্যুৎবিশ্লেষণ

(খ) ইলেকট্ৰ’ড

(গ) বিদ্যুৎলেপন

উত্তৰঃ (খ) ইলেকট্ৰ’ড।

১৫। তলৰ কোনটো বিদ্যুৎ প্ৰবাহ নহয়?

(ক) নিমখ

(খ) গজাল

(গ) চেনি

উত্তৰঃ (গ) চেনি।

১৬। পৰিবাহী আৰু অপৰিবাহীবোৰ কি পদাৰ্থ ?

(ক) কোমল পদাৰ্থ

(খ) কঠিন পদাৰ্থ

(গ) টান পদাৰ্থ

উত্তৰঃ (খ) কঠিন পদাৰ্থ।

১৭। ফিলামেণ্টডালে বিদ্য়ুৎ প্ৰবাহিত কৰাত কি কৰে ?

(ক) সহায় কৰে

(খ) ধ্বংস কৰে

(গ) বাধা দিয়ে

উত্তৰঃ (গ) বাধা দিয়ে।

১৮। কাচৰ পাত্ৰটোত কিছু কপাৰ ছালফেট দ্ৰব দিয়া আছে। এই দ্ৰব দেখিবলৈ কেনেকুৱা হ’ব ?

(ক) ৰঙা

(খ) নীলা

(গ) বগা

উত্তৰঃ (খ) নীলা।

১৯। দ্ৰবত কিছুমান পদাৰ্থই বিদ্য়ুৎ পৰিবহন কৰে। তেনে পদাৰ্থক কি বোলে ?

(ক) বিদ্য়ুৎলেপন

(খ) বিদ্য়ুৎবিশ্লেষ্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিদ্য়ুৎবিশ্লেষ্য়।

২০। টিনপাত আচলতে কি ?

(ক) বিদ্য়ুৎ

(খ) আইৰন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) আইৰন।

Type By- Subhas Nath

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping