🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আমাৰ ৰাষ্ট্ৰীয় পতাকা | অধ্য়ায়-৯ | Chapter 9 | Class 4 Environment SCERT School Question Answer | আমাৰ ৰাষ্ট্ৰীয় পতাকা Lesson ৯ আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী SCERT School Question Answer and Solutions For Assam |

Chapter 9

আমাৰ ৰাষ্ট্ৰীয় পতাকা

অনুশীলনী

১) উত্তৰ লিখা-

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়?

উত্তৰঃ 

(খ) ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক’ত ক’ত ব্য়ৱহাৰ কৰোঁ?

উত্তৰঃ 

(গ) ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে?

উত্তৰঃ 

(ঘ) ৰাষ্ট্ৰীয় পতাকাখনৰ ব্য়ৱহাৰ তিনিটা  নিয়ম লিখা?

উত্তৰঃ 

(ঙ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম।

উত্তৰঃ 

২। ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়?

‘ক’  অংশৰ লগত ‘খ’ অংশ লগত মিলোৱা-

সেউজীয়া                        শক্তি আৰু সাহসৰ প্ৰতীক।

বগা                                উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক।

গেৰুৱা                            আকাশ আৰু সমুদ্ৰক বুজায়।

গাঢ়নীলা                          সত্য় আৰু শান্তিৰ প্ৰতীক।

উত্তৰঃ                           

৩) খালী ঠাই পূৰ কৰা-

(ক) মহাত্মা গান্ধীৰ জন্মদিনটো                     হিচাপে পালন কৰা হয়। 

(খ) জৱহৰলাল নেহৰু শিশুসকলৰ মাজত                              বুলি পৰিচিত।

(গ) ২৬ জানুৱাৰীত                         পালন কৰা হয়।

(ঘ)                 জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

(ঙ) আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ’ল                        ।

৪) তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা-

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop