AJB Class 4 Assamese | Chapter 6 | বাদলৰ বিদ্যালয় | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী অসমীয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 6

বাদলৰ বিদ্যালয়

ক্ৰিয়া-কলাপ

🌕 অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

 নিৰ্মিত =  যিহক সজা হৈছে

 পিৰিক-পাৰাক = চকু এবাৰ মেলি এবাৰ মুদি থকা কাৰ্য

পঢ়া আৰু বুজা:

 ৰই  মই   ৰ্ম

 ৰই  ভই   ৰ্ভ 

 ণই  টই   ণ্ট

 বই  ৰই   ৰ্ব

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) বাদলৰ কেনেকৈ ভৰি ভাগিল?

উত্তৰঃ 

খ) বাদলহঁতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন?

উত্তৰঃ 

গ) বিদ্যালয়খন ক’ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে?

উত্তৰঃ 

ঘ) বাদলহঁতৰ বিদ্যালয় শিক্ষকগৰাকীৰ বিষয় চমুকৈ লিখা।

উত্তৰঃ 

ঙ) গজানন কেনে প্ৰকৃতিৰ?

উত্তৰঃ 

চ) বন্দুৱাই কেনেকুৱা আচৰণ কৰে?

উত্তৰঃ 

ছ) শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন?

উত্তৰঃ 

জ) বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায়?

উত্তৰঃ 

ঝ) শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন?

উত্তৰঃ 

ঞ) বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা।

উত্তৰঃ 

ট) ছাত্ৰ-ছাত্ৰীসকলে বাদলক কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ 

ঠ) গজাননে বাদলৰ কাৰণে কি আনিলে?

উত্তৰঃ 

ড) বাদলৰ কিয় চকুপানী ওলাল?

উত্তৰঃ 

[২] কোনে কৈছিল, কাক কৈছিল:

 (ক) “বাদল, এতিয়া কেনে পাইছা”

উত্তৰঃ 

 (খ) “পাইলৈ বিষ কমি গ’ল।”

উত্তৰঃ 

[৩] বাক্য ৰচনা কৰা:

খেলা-ধূলা; পিৰিক-পাৰাককৈ; চুচুক-চামাকৈ।

খেলা-ধুলা-

পিৰিক-পাৰাককৈ- 

চুচুক-চামাকৈ-

[৪] ‘বালদৰ বিদ্যালয়’ নামৰ পাঠটোত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা

 আন চৰাই আৰু জন্তুৰ এখন তালিকা কৰা।

[৫] বুজা আৰু লিখা:

 স্কুল = বিদ্যালয়

 শিক্ষাৰ্থী = ……….

 পদুম = ……….

 ভেঁট = ……….

 শীতল = ……….

 চকুপানী = ……….

[৬] পঢ়া আৰু লিখা:

 দুদিন +  ঈয়া = দুদিনীয়া

 লঘোন + ঈয়া = ………….

 ভকত +  ঈয়া = ………….

[৭] পঢ়া, বুজা আৰু নতুনকৈ শব্দ গঠন কৰা:

 তন্ময় – তন্ময়তা

 সৰল – …………

 সাধু – …………

 অসৎ – …………

 বিশাল – ………….

[৮] উপযুক্ত শব্দ বহুৱাই খালি ঠাই পূৰ কৰা:

 পিৰিক- পাৰাক;  চুচুক- চামাক; থুপুক- থাপাক; জুনুক- জানাক।

 ক) শ্ৰেণীকোঠাত বহি ল’ৰাটোৱে __________  কৈ ইফাল-সিফাল চাই আছে।

 খ) ছোৱালীজনীয়ে খোজ কাঢ়োঁতে ভৰিত পিন্ধা জুনুকাযোৰ ____________  কৌ বাজি

 আছে

 গ) কণমানিটোৱে ____________  কৈ খোজ কাঢ়ি আছে।

 ঘ) মইনাটোৰ ____________  কৈ মাত ওলাইছে।

 ঙ) মানুহজনে মতাত ছোৱালীজনী  _____________ কৈ আগ বাঢ়ি আহিছে।

[৯] পঢ়া আৰু বুজা:

 ক) তজবজীয়া লৰাটোৱে বল খেলিআছে।

 খ) বৃহৎ গছজোপাৰ শিপাই বহু ঠাই আগুৰি আছে।

 গ) ডাঙৰ পুথুৰীটোত বহুত মাছ আছে।

 ঘ) হালধীয়া সৰিয়হডৰা চালে চকুৰোৱা হৈছে।

[১০] ভাবা আৰু উত্তৰ উলিওৱা:

 চাৰিফালে চাৰি খুঁটা মাজত মেদেল পেটা,

 দুই বিচনীয়ে বিচি থাকে লেৰেলা সাপে নাচি থাকে।

[১১] বিদ্যালয়ত হোৱা কোনো এটাঅভিজ্ঞতাৰ কথা বৰ্ণনা কৰি

 তোমাৰ বন্ধু এজনলৈ এখনি চিঠি লিখা

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop