🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 4 Social Science | Chapter 1 | আমাৰ ৰাজ্য অসম | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 4

আমাৰ ৰাজ্য অসম

প্ৰশ্নাৱলীঃ 
১। একোটিকৈ বাক্যত উত্তৰ লিখা। 

ক) অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

উত্তৰঃ

খ) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ?

উত্তৰঃ

গ) উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় ক’ত অৱস্থিত?

উত্তৰঃ 

ঘ) বৰ্তমান অসমত কেইখন জিলা আছে? 

উত্তৰঃ 

ঙ) বৰ্তমান অসমৰ ৰাজধানী ক’ত অৱস্থিত?

উত্তৰঃ 

২। চমু উত্তৰ দিয়া।

ক) ৰাজ্য এখন কেনেকৈ গঠন কৰা হয়?

উত্তৰঃ 

খ) অসমৰ সীমাত থকা দুখন বিদেখী ৰাষ্ট্ৰৰ নাম লিখা?

উত্তৰঃ 

গ) আহোমসকলে কিমানদিন অসমত ৰাজত্ব বা শাসন কৰিছিল? পিছত ইংৰাজে কোন চনৰপৰা কোন চনলৈকে শাসন কৰিছিল?

উত্তৰঃ 

ঘ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰপৰা ক’লৈ গৈছে?

উত্তৰঃ 

ঙ) অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ

৩। চমু টোকা লিখা।

ক) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা

উত্তৰঃ 

খ) অসমৰ পাহাৰীয়া অঞ্চল

উত্তৰঃ

গ) অসম নামৰ উৎপত্তি

উত্তৰঃ

৪। অসমৰ চাৰিসীমাটো লিখা।

উত্তৰঃ 

৫। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop