AJB Class 4 Social Science | Chapter 11 | যন্ত্ৰশিল্প বা উদ্যোগ | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 11

যন্ত্ৰশিল্প বা উদ্যোগ

প্ৰাশ্নাৱলীঃ

১। উত্তৰ লিখা।

(ক) যন্ত্ৰ শিল্প  কাক বোলে?

উত্তৰঃ

(খ) তেল শোধনাগাৰৰ কেঁচামাল কি?

উত্তৰঃ

(গ) সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি? 

উত্তৰঃ

(ঘ) মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা। 

উত্তৰঃ

(ঙ) অসমৰ প্রধান খনিজ সম্পদ কি? 

উত্তৰঃ

(চ) অসমক কিয় পনীয়া সােণৰ দেশ বােলা হয়? 

উত্তৰঃ

(ছ) ভাৰতৰ প্ৰথমটো তেল শােধনাগাৰ ক’ত স্থাপন কৰা হৈছিল? 

উত্তৰঃ

(জ) কাগজ উদ্যোগৰ প্রধান কেঁচামাল কি? 

উত্তৰঃ

(ঝ) অসমৰ ক’ত মৰাপাট উদ্যোগ আছে? 

উত্তৰঃ

(ঞ) চিমেন্ট উদ্যোগৰ কেঁচামাল কি? 

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা। 

(ক) উদ্যোগত বস্তু উৎপাদনৰ বাবে   ৰ প্রয়ােজন । 

(খ) অসমত  টা তেল শােধনাগাৰ আছে। 

(গ) কাৰ্বি আংলং জিলাৰ  চিমেন্ট উদ্যোগ আছে। 

(ঘ) ডিব্ৰুগড় জিলাৰ   ত সাৰ কাৰখানা আছে।

(ঙ) হাইলাকান্দি জিলাৰ   ত কাগজ উদ্যোগ আছে। 

(চ) অসমত সৰু-ডাঙৰ প্রায়   খন চাহ বাগিচা আছে।

৩। বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। 

উত্তৰঃ

৪। খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা। 

উত্তৰঃ 

৫। কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা । 

উত্তৰঃ

৬। উদ্যোগ স্থাপনৰ বাবে কি কি বস্তুৰ প্রয়ােজন হয়? 

উত্তৰঃ

৭। অসমৰ তেল শােধনাগাৰ থকা ঠাইসমূহৰ নাম লিখা। 

উত্তৰঃ

৮। চমু টোকা লিখা। 

(ক) অসমৰ চাহ উদ্যোগ। 

উত্তৰঃ

(খ) অসমৰ তেল শােধনাগাৰ। 

উত্তৰঃ

(গ) অসমৰ মৰাপাট উদ্যোগ । 

উত্তৰঃ 

(ঘ) অসমৰ কাগজ উদ্যোগ । 

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping