Skip to content
Chapter 4
অসমৰ প্ৰাকৃতিক সম্পদ
অনুশীলনীঃ
১। উত্তৰ লিখা । ক) সম্পদ কাক বোলে ? উত্তৰঃ খ) প্ৰাকৃতিক সম্পদ কাক বোলে ? ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি ? উত্তৰঃ গ) ঔষধি উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া । উত্তৰঃ ঘ) বনাঞ্চল ধ্বংস হোৱাৰ তিনিটা কাৰণ লিখা । উত্তৰঃ ঙ) অসমত পোৱা খনিজ সম্পদবোৰ কি কি ? উত্তৰঃ চ) এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ ক’ত, কোন চনত স্থাপন হৈছিল ? উত্তৰঃ ছ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’ বোলা হয় ? উত্তৰঃ জ) কোনবিধ সম্পদক ‘ক’লা হীৰা’ বুলি জনা যায় ? উত্তৰঃ ঝ) কৃষিজ সম্পদ কাক বোলে ? উদাহৰণ লিখা । উত্তৰঃ ঞ) অসম কৃষিৰ ক্ষেত্ৰত পিছপৰি থকাৰ ২টা কাৰণ উল্লেখ কৰা । উত্তৰঃ ২। চমু টোকা লিখা। ক) বনজ সম্পদ । উত্তৰঃ খ) খনিজ সম্পদ । উত্তৰঃ গ) জলজ সম্পদ । উত্তৰঃ ঘ) কৃষিজ সম্পদ । উত্তৰঃ
Post Views: 292
Post navigation