AJB Class 4 Social Science | Chapter 6 | মানচিত্ৰ অধ্যয়ন | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ | / Uncategorized / By Might Learn 2 Chapter 6 মানচিত্ৰ অধ্যয়ন প্ৰশ্নাৱলীঃ ১। মানচিত্র কাক বােলে ? উত্তৰঃ ২। সাধাৰণ মানচিত্র কি ? উত্তৰঃ ৩। বিষয়ভিত্তিক মানচিত্র কাক বােলে ? উত্তৰঃ ৪। বিশেষ মানচিত্র কাক বােলে ? উত্তৰঃ ৫। মানচিত্রত দেখুৱাব বিচৰা তথ্য অর্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি কি ধৰণৰ মানচিত্র অংকন কৰা হয় ? উত্তৰঃ ৬। মানচিত্র অংকন কৰাৰ উদ্দেশ্য অনুসৰি মানচিত্রসমূহক কি কি ভাগত ভাগ কৰা হয় ? উত্তৰঃ ৭। মাপনী কাক বােলে ? মানচিত্র অংকন কৰাৰ বাবে মাপনী কিয় ব্যৱহাৰ কৰা হয় লিখা । উত্তৰঃ ৮। মানচিত্র অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয় ? এনে চিহ্নবােৰদ্বাৰা কি কি কথা বুজাব পাৰি লিখা । উত্তৰঃ ৯। মানচিত্র অধ্যয়ন কৰিলে উপকৃত হ’ব পৰা যিকোনাে পাঁচটা কথা লিখা । উত্তৰঃ Post Views: 309