AJB Class 4 Social Science | Chapter 7 | আমাৰ দেশ ভাৰত | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ | / Uncategorized / By Might Learn 2 Chapter 7আমাৰ দেশ ভাৰতপ্ৰাশ্নাৱলীঃ১। একোটিকৈ বাক্যত উত্তৰ লিখা । ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি ?উত্তৰঃ খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ? উত্তৰঃগ) ব্রহ্মপুত্র উপত্যকা ভাৰতৰ কোনটো প্রাকৃতিক বিভাগৰ অন্তৰ্গত ? উত্তৰঃঘ) উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা কি ? উত্তৰঃঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে? উত্তৰঃ২। খালী ঠাই পূৰ কৰা । ক) থৰ মৰুভূমি ৰাজ্যত অৱস্থিত ।খ) সাগৰৰ পাৰে পাৰে অঞ্চলটো অৱস্থিত । গ) দক্ষিণ ভাৰতৰ নর্মদা আৰু তাপ্তী নদী সাগৰত পৰিছে । ঘ) ভাৰতত সকলাে ধর্ম সমান বাবেই ভাৰতক ৰাষ্ট্ৰ বুলি কোৱা হয় । ৩। উত্তৰ লিখা । ক) ভাৰত নামটো কেনেকৈ হ’ল লিখা । উত্তৰঃখ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখা । উত্তৰঃগ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ? উত্তৰঃ৪। কি, ক’ত আৰু কিয় বিখ্যাত লিখা। (ক) তাজমহলউত্তৰঃ (খ) নালন্দাউত্তৰঃ (গ) অজন্তাউত্তৰঃ(ঘ) ইলোৰা । উত্তৰঃ৫। চমুটোকা লিখা ।ক) ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল । উত্তৰঃখ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল । উত্তৰঃগ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন । উত্তৰঃ ৬। ভাৰতৰ চাৰিসীমাটো লিখা । উত্তৰঃ ৭। ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা । উত্তৰঃ৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা । উত্তৰঃ Post Views: 273