AJB Class 4 Social Science | Chapter 9 | কুটীৰ – শিল্প | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ | / Uncategorized / By Might Learn 2 Chapter 9কুটীৰ – শিল্পপ্ৰশ্নাৱলীঃ১। উত্তৰ লিখা। ক) কুটীৰ শিল্প মানে কি ? উত্তৰঃখ) কেঁচামাল কাক বোলে ? উত্তৰঃগ) মৃৎ শিল্পৰ কেঁচামাল কি ?উত্তৰঃঘ) উৎপাদিত বস্তু কাক বােলে ? উত্তৰঃঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?উত্তৰঃ চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা । উত্তৰঃ ২। খালী ঠাই পূৰণ কৰা । ক) অসমৰ _______ পাট – মুগাৰ কাপােৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত । খ) ধুবুৰী জিলাৰ আশাৰীকান্দি _______ শিল্পৰ বাবে বিখ্যাত ।গ) অসমৰ _______ মুখা শিল্পৰ বাবে বিখ্যাত । ঘ) ডলা, কুলা, চালনী আদি _______ শিল্পৰ উৎপাদিত বস্তু ।ঙ) কুটীৰ শিল্পই প্রাকৃতিক পৰিৱেশ নষ্ট _______। ৩। চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা । উত্তৰঃ৪। অসমৰ যিকোনাে দুবিধ কুটীৰ শিল্পৰ বিষয়ে লিখা । উত্তৰঃ৫। কুটীৰ শিল্পৰ পাঁচোটা সুবিধা লিখা । উত্তৰঃ ৬। কুটীৰ শিল্পই সন্মুখীন হােৱা সমস্যাবােৰৰ বিষয়ে চিন্তা কৰি চমুকৈ লিখা । উত্তৰঃ Post Views: 306