AJB Class 5 New Science Unit 3 | বায়ু, ইয়াৰ উপাদান আৰু ধৰ্ম | Question And Answer | New Science Solution AJB | অসম জাতীয় বিদ্যালয় | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Unit 3

বায়ু, ইয়াৰ উপাদান আৰু ধৰ্ম

১। উত্তৰ লিখাঃ

(ক) বায়ুত থকা প্ৰধান গেছকেইটাৰ নাম লিখা।

উত্তৰঃ 

(খ) বায়ুত কম পৰিমাণে থকা গেছ কোনবোৰ?

উত্তৰঃ 

২। বায়ুৰ কেইটামান ধৰ্ম উল্লেখ কৰা।

উত্তৰঃ

৪। বায়ুৰ চাপ দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰঃ 

৫। বায়ুৰ চাপ কেনেকৈ সৃষ্টি হয় লিখা। বেলুন এটা ফুঁৱালে কিয় ফুলি উঠে?

উত্তৰঃ 

৬। ষ্ট্র এডালৰ সহায়ত জুলীয়া পদার্থ শুহি নিওঁতে বায়ুৰ চাপে কেনেদৰে সহায় কৰে ব্যাখ্যা কৰা।

উত্তৰঃ 

৭। মাটিত থকা নাইট্র’জেন উদ্ভিদ আৰু প্ৰাণীৰ জৰিয়তে আকৌ মাটিলৈ ঘূৰি যায়। এই বৈজ্ঞানিক তথ্যটো ব্যাখ্যা কৰা।

উত্তৰঃ

৮। অক্সিজেনে প্রাণীক কেনেকৈ সহায় কৰে লিখা।

উত্তৰঃ 

৯। কার্বন ডাই-অক্সাইড উদ্ভিদৰ বাবে কিয় প্রয়ােজন ব্যাখ্যা কৰা।

উত্তৰঃ 

১০। এজোপা গছত লাগি থকা কেইখিলামান পাত এটা প্লাষ্টিকৰ মােনাৰ ভিতৰত সুমুৱাই থ’লে পিছত কি দেখা যাব লিখা আৰু কিয় তেনে হয় ব্যাখ্যা কৰা।

উত্তৰঃ 

১৩। শুদ্ধ উত্তৰত ✓ চিন দিয়া।

(ক) বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ’ল –  অক্সিজেন    নাইট্ৰ’জেন    পানীৰ ভাপ

উত্তৰঃ 

(খ) গছত লাগি থকা আমটোৰ ওপৰত বায়ুৰ হেঁচা সকলো দিশত – 

পৰে    নপৰে    অনবৰতে নপৰে

উত্তৰঃ 

(গ) পাত্ৰত আবদ্ধ গেছীয় পদাৰ্থৰ অণুবোৰ গতিশীল অৱস্থাত 

i)থাকে    ii) নাথাকে    iii) কিছুমান থাকে, iv) কিছুমান নাথাকে

উত্তৰঃ

(ঘ) বাহিৰৰ পৰা প্ৰভাৱ নেপেলালে এটা পাত্ৰত আবদ্ধ থকা বায়ুখিনিৰ চাপ সদায় 

একে থাকিব    লাহে লাহে কমিব    লাহে লাহে বাঢ়িব

উত্তৰঃ 

(ঙ) জনসংখ্যা বৃদ্ধি লগে লগে মাটিত থকা নাইট্ৰ’জেনৰ পৰিমাণ

কমিব    বাঢ়িব    একে থাকিব

উত্তৰঃ 

১৪। শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।

(ক) ফুলোৱা বেলুনৰ ভিতৰত থকা বায়ুখিনিক পৃথিৱীয়ে আকৰ্ষণ নকৰে।

উত্তৰঃ 

(খ) বন্ধ পাত্ৰ এটাৰ ভিতৰত এডাল ধূপকাঠি জ্বলালে ধোৱাখিনি আপোনা আপুনি পাত্ৰটোৰ এটা চুকত জমা হ’ব পাৰে।

উত্তৰঃ 

(গ) বায়ুৰ মাজেদি বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।

উত্তৰঃ 

(ঘ) আবদ্ধ হৈ থকা পাত্ৰটোৰ বেৰত গেছীয় পদাৰ্থৰ অণুবোৰৰ হেঁচাই চাপ সৃষ্টি কৰে।

উত্তৰঃ

(ঙ) একেখিনি বায়ু সৰু পাত্ৰ এটাৰ পৰা নি ডাঙৰ পাত্ৰ এটাত থ’লে বায়ুখিনিৰ চাপ বাঢ়িব।

উত্তৰঃ 

(চ) কোঠাৰ ভিতৰত থকা বেলুন এটা নি ৰ’দত থ’লে বায়ুখিনিৰ চাপ কমিব।

উত্তৰঃ 

(ছ) প্ৰাণীয়ে বায়ুৰ পৰা পোনে পোনে নাইট্ৰ’জেন লয়।

উত্তৰঃ 

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop