🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science Book Chapter 1 | খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ

১। আমাৰ দেশ ভাৰতৰ কি অংশত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়? 

উত্তৰঃ দক্ষিণ অংশত বুলি জনা যায়।

২। পৃথিৱীত প্ৰায় কি মান নিযুত বছৰৰ আগেয়ে মানুহৰ সৃষ্টি হৈছিল?

উত্তৰঃ ২ নিযুত বছৰৰ আগেয়ে মানুহৰ সৃষ্টি হৈছিল।

৩। আদিম মানুহে জুই জ্বলোৱাৰ কৌশল আয়ত্ত কেনে কৈ কৰিছিল?

উত্তৰঃ শিলে-শিলে ঘঁহনি খুৱাই আৰু গুকান কাঠ ঘঁহনি খুৱাই জুই জ্বলাইছিল।

৪। আদিম মানুহে সঁজুলি বা হাতিয়াৰ হিচাপে ব্য়ৱহাৰ কৰা প্ৰথম বস্তুটো কি?

উত্তৰঃ আদিম মানুহে সঁজুলি বা হাতিয়াৰ হিচাপে ব্য়ৱহাৰ কৰা  বস্তুটো হ’ল শিল।

৫। শিল এবিধ কঠিন আৰু কি বস্তু?

উত্তৰঃ শক্তিশালী বস্তু।

৬। যীগু খ্ৰীষ্টৰ জন্মৰ কি মান লাখ বছৰ আগৰপৰা কি মান হাজাৰ বছৰ আগলৈকে?

উত্তৰঃ ডেৰলাখ বছৰ  আগৰপৰা পঞ্চাশ হাজাৰ বছৰ আগলৈকে।

৭। শিল এবিধ কঠিন আৰু শক্তিশালী বস্তু হোৱা বাবেও আদিম মানুহে প্ৰথমে শিলকেই কি হিচাপে ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ শিল সঁজুলি হিছাপে ব্য়ৱহাৰ কৰিছিল।

৮। যীগু খ্ৰীষ্টৰ জন্মৰ দশ হাজাৰ বছৰ আগলৈ কি যুগ আছিল?.

উত্তৰঃ মধ্য় প্ৰস্তৰ  যুগ আছিল।

৯। যীগু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাচঁ হাজাৰ বছৰ আগলৈ কি যুগ আছিল?

উত্তৰঃ নৱপ্ৰস্তৰ যুগ আছিল। 

১০। মানুহে জীয়াই থাকিবলৈ কেনেবোৰ কাম কৰে, কেনে ধৰণৰ খাদ্য়, কাপোৰ- কানি, সা-সঁজুলি ব্য়ৱহাৰ কৰে, কেনে ধৰণে চিন্তা কৰে- এই সকলোবোৰকে একেলগে জীৱন-ধাৰণ কি বোলা হয়?

উত্তৰঃ প্ৰণালী বোলা হয়।

১১। আদিম মানুহে কি কৰোঁতেই মানুহৰ সমাজত প্ৰয়োজনীয়মিনা-প্ৰীতি ইজনে-আনজনক সহায় কৰা?

উত্তৰঃ দল বান্ধি  জীৱন-যাপন কৰোঁতে।

১২। আদিম মানুহে দল বান্ধি জীৱন-যাপন কৰা কথাটোৰতেই মানুহৰ সমাজ আৰু সামাজিক জীৱনৰ আৰম্ভণি হৈছিল কি বুলি ক’ব পৰা যায়?

উত্তৰঃ নিশ্চয়কৈ ক’ব পৰা যায়। 

১৩। হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে তেওঁলোকে বিভিন্ন প্ৰকৃতিক দুৰ্যোগ, যেনে কি কি?

উত্তৰঃ বতাহ, বৰষুণ, ধুমুহা-বজ্ৰপাত, শিল-বৰষুণ, বনজুই আদিৰ সম্মুখীন হ’ব লগা হৈছিল।

১৪। এনেবোৰ বিপদ-বিঘিনিৰ সম্মুখীন হোৱাৰ অভিজ্ঞতাৰে  অভিজ্ঞ হোৱা আদিম মানুহে কি কৰিছিল?

উত্তৰঃ একো একোটা দল বান্ধি এঠাইৰপৰা আনঠাইলৈ গৈছিল। 

১৫। তেওঁলোকে খাদ্য়-বস্তুবোৰ ক’ৰপৰা পাইছিল?

উত্তৰঃ গছৰ পৰা পাইছিল?

১৬। মানুহবোৰে খেতি-বাতি কৰিব জানিছিলনে?

উত্তৰঃ মানুহবোৰে খেতি-বাতি কৰিব নাজানিছিল।

১৭। জীৱন-ধাৰণ মানে জীয়াই থকা, প্ৰণালী মানে কি কি? 

উত্তৰঃ নিয়ম আৰু উপায়।

১৮। হাট-বজাৰ আছিলনে তেতিয়া?

উত্তৰঃ হাট-বজাৰ তেতিয়া নাছিল।

১৯। কাম-কাজ কৰিবলৈ তেওঁলোকে কেনে ধৰণৰ সা-সঁজুলি ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ  কাম-কাজ কৰিবলৈ তেওঁলোকে সা-সঁজুলি ব্য়ৱহাৰ কৰা হৈছিল যে- শীল।

২০। ঘৰ-দুৱাৰ সাজিবলৈ কেতিয়া আৰু কেনেকৈ শিকিলে?

উত্তৰঃ আদিম মানুহৰ সভ্য়তা বিকাশ -ঘৰ নিৰ্মাণ কৰিবলৈ শিকিলে?

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop