🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science Book Chapter 3 | ইতিহাস অধ্যয়ন | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

ইতিহাস অধ্যয়ন

১। পৃথিৱীৰ সকলো অঞ্চলৰে নিজা কিছুমান ঘটনা থাকে অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী, চন- তাৰিখৰ সৈতে একাদিক্ৰমে য’ত লিখা হয় সাধাৰণতে তাকে কি বোলা হয়?

উত্তৰঃ বুৰঞ্জী বোলা হয়।

২। ১৪৪০ চনত ছপাশাল কি মেচিন আৱিস্কাৰ হৈছিল?

উত্তৰঃ প্ৰিন্টিং মেচিন  আৱিস্কাৰ হৈছিল।

৩। কি শব্দটো অসমৰ বাহিৰে ক’তো ব্য়ৱহাৰ নহয়?

উত্তৰঃ বুৰঞ্জী শব্দটো অসমৰ বাহিৰে ক’তো ব্য়ৱহাৰ নহয়।

৪।  পৃথিৱীৰ সকলো ঠাইতে অতীতৰ ঘটনাৱলীক বুজাবলৈ কি শব্দটোহে ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ ইতিহাস শব্দটোহে ব্য়ৱহাৰ কৰা হয়।

৫। প্ৰথমজন আহোম স্বৰ্গদেউ ৰজা চুকাফাৰ দিনৰপৰাহে অসমত কি লিখাৰ প্ৰথা আৰম্ভ হয়?

উত্তৰঃ  বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হয়।

৬। ইতিহাস শব্দটো সংস্কৃত ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল কি কি?

উত্তৰঃ ইতিহাস শব্দটো সংস্কৃত ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল- এই ঘটনাবিলাক নিশ্চয় হৈছিল।

৭। বুৰঞ্জী শব্দটো টাই ভাষাৰপৰা অহা। ইয়াৰ অৰ্থ হ’ল নজনা কথা জনোৱাৰ ভঁৰাল?

উত্তৰঃ  বুৰঞ্জী শব্দটো টাই ভাষাৰপৰা অহা। ইয়াৰ অৰ্থ হ’ল যে- নজনা কথা জনোৱাৰ ভঁৰাল।

৮। কি শব্দ দুটা একে অৰ্থত আমি ব্য়ৱহাৰ কৰোঁ।

উত্তৰঃ বুৰঞ্জী আৰু ইতিহাস শব্দ দুটা একে অৰ্থত আমি ব্য়ৱহাৰ কৰোঁ।

৯। বিভিন্ন ৰাজ্য়ৰ বিভিন্ন ঘটনা অধ্য়য়ন কৰোঁতে সেই ৰাজ্য়ৰ বিভিন্ন কি কি ইত্য়াদিবোৰৰ বিষয়েও পঢ়িব লগা হয়?

উত্তৰঃ ঠাই, নদী, পাহাৰ-পৰ্বত ইত্য়াদিবোৰৰ বিষয়েও পঢ়িব লগা হয়।

১০। ইয়াৰ ফলত ঠাই এখনৰ কি অৱস্থিতিৰ কথা জানিব পাৰি?

উত্তৰঃ ভৌগোলিক অৱস্থিতিৰ কথা জানিব পাৰি।

১১। অসমৰ মধ্য়যুগৰ বিষয়ে জানিবলৈ আহোমৰ ৰাজত্ব কালত লিখা কি পুথিবোৰ পঢ়া দৰকাৰ?

উত্তৰঃ বুৰঞ্জী  পুথিবোৰ পঢ়া দৰকাৰ।

১২। ফলত মানুহে উৱিষ্য়তে তেনেধৰণৰ ভুল নকৰিবৰ বাবে কি হয়?

উত্তৰঃ সচেতন হয়।

১৩। ইতিহাসে কোনে অতীতত কৰা ভুলবোৰ উদঙাই দিয়ে?

উত্তৰঃ মানুহে  অতীতত কৰা ভুলবোৰ উদঙাই দিয়ে।

১৪। কি অধ্য়য়নৰ আন এটা সুফল হ’ল যে ই মানুহক সাৱধানী আৰু সচেতন হোৱাত সহায় কৰে?

উত্তৰঃ ইতিহাস অধ্য়য়নৰ আন এটা সুফল হ’ল যে ই মানুহক সাৱধানী আৰু সচেতন হোৱাত সহায় কৰে।

১৫। ইতিহাসে  আমাক ভূগোলৰ কি দিয়ে?

উত্তৰঃ জ্ঞানো দিয়ে। 

১৬। ইতিহাসত বুৰঞ্জীৰ ঘটনাবোৰৰ কাৰণ আৰু কি বিষয়ে বহলাই আলোচনা কৰা হয়?

উত্তৰঃ ফলাফল আলোচনা কৰা হয়।

১৭। কি ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়?

উত্তৰঃ বুৰঞ্জী ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়। 

১৮। ইতিহাসে মানুহৰ মাজত কি ভাৱৰ সৃষ্টি কৰে?

উত্তৰঃ মৰম-স্নেহ আৰু একতা ভাৱৰ সৃষ্টি কৰে।

১৯। আমাৰ আগত পুৰণি মানুহখিনিয়ে ভৱিষ্য়ত মানুহৰ বাবে থৈ যোৱা বিভিন্ন শিক্ষাবোৰে আমাক উন্নতিৰ পথত আগবাঢ়ি যাবলৈ কি যোগায়?

উত্তৰঃ আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়।

২০। এই সকলো প্ৰেৰণাৰ উৎস হ’ল কি?

উত্তৰঃ ইতিহাস।    

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop