🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science Book Chapter 8 | সমাজ আৰু সামাজিক জীৱন প্ৰণালী | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 8

সমাজ আৰু সামাজিক জীৱন প্ৰণালী

১। সাধাৰণতে আচাৰ-ব্য়ৱহাৰ, চিন্তাধাৰা, আহাৰ, বসবাস আদিত মিল থকা কিছুমান লোকৰ সমষ্টিকে বা একেলগে থকাকে কি বোলে?

উত্তৰঃ সমাজ বোলে।

২। সমাজ বিজ্ঞানৰ দিশৰপৰা কোনো বিশেষ উদ্দেশ্য় আগত ৰাখি কিছুমান মানুহ কি হোৱাকে সমাজ বোলে?

উত্তৰঃ সংঘবদ্ধ হোৱাকে সমাজ বোলে।

৩। যিবোৰ পৰিস্থিতিৰ সৈতে সহাৱস্থান অৰ্থাৎ খাপ-খুৱাই জীৱন-নিৰ্বাহ কৰিব লগীয়া হয়, সামগ্ৰিকভাৱে সেয়াই কি?

উত্তৰঃ সামাজিক জীৱন।

৪। সমতল, পাহাৰীয়া মৰুভূমি আদি  অঞ্চলৰ মানুহৰ কি জীৱন বিভিন্ন?

উত্তৰঃ সামাজিক জীৱন বিভিন্ন।

৫। কি ভিন্নতায়ো সামাজিক জীৱন ভিন্নতাৰ অন্য়তম কাৰণ?

উত্তৰঃ বৃত্তিগত ভিন্নতায়ো সামাজিক জীৱন ভিন্নতাৰ অন্য়তম কাৰণ।

৬। ধৰ্ম আৰু সতাদৰ্শৰ পাৰ্থক্য়ৰ বাবেও কি বিভিন্ন হ’ব পাৰে?                                                         

উত্তৰঃ সামাজিক জীৱন বিভিন্ন হ’ব পাৰে।

৭। আমাৰ সমাজখনৰ নাম কি?

উত্তৰঃ মানৱ সমাজ।

৮। সমাজত বাস কৰা প্ৰত্য়েকজন মানুহেই সমাজৰ প্ৰতি কি?

উত্তৰঃ দায়বদ্ধ। 

৯। কি হোৱা বাবেই মানুহে সমাজৰ প্ৰতি কিছুমান দায়িত্ব আৰু কৰ্তব্য় পালন কৰিবলগীয়া  হয়? 

উত্তৰঃ দায়বদ্ধ হোৱা বাবেই মানুহে সমাজৰ প্ৰতি কিছুমান দায়িত্ব আৰু কৰ্তব্য় পালন কৰিবলগীয়া  হয়।

১০। সেই দায়িত্ব বা কৰ্তব্য়বোৰেই কি?

উত্তৰঃ সামাজিক কৰ্তব্য়।

১১। সেই দাযিত্ব আৰু কৰ্তব্য় এটা মুদ্ৰাৰেই কি? 

উত্তৰঃ ইপিঠি-সিপিঠি ।

১২। কি এক স্বাভাৱিক প্ৰত্ৰুিয়াৰে সমাজ গঠন হয়? 

উত্তৰঃ দৰাচলতে সমাজ গঠন হয়।

১৪। এক কি ধাৰাৰ মাজেৰে আহি আদি মানুহে আজিৰ এই অৱস্থা পাইছেহি? 

উত্তৰঃ ত্ৰুমবিকাশৰ ধাৰাৰ মাজেৰে আহি আদি মানুহে আজিৰ এই অৱস্থা পাইছেহি।

১৫।কি পিন্ধি অঘৰী জীৱন কটোৱা মানুহ?

উত্তৰঃ গছৰ বাকলি  পিন্ধি অঘৰী জীৱন কটোৱা মানুহ।

১৬। নিজৰ পচন্দ মতে বিভিন্ন সাজপাৰ পিন্ধিবলৈ আৰু বিভিন্ন ঘৰত কি থাকিবলৈ লৈছে?

উত্তৰঃ নিজাববীয়াকৈ থাকিবলৈ লৈছে।

১৭। শিলে-শিলে ঘঁহাই জুই জ্বলোৱা মানুহে কি ব্য়ৱহাৰ কৰিবলৈ লৈছে?

উত্তৰঃ ৰন্ধন গেছ এল. পি. জি, ব্য়ৱহাৰ কৰিবলৈ লৈছে।

১৮।মানুহৰ মানসিক দিশৰ ক্ষেত্ৰতো কি সূচনা হৈছে? 

উত্তৰঃ পৰিবৰ্তনৰ সূচনা হৈছে।

১৯। কি ভাৱে জীয়াই থকাৰ প্ৰাথমিক জ্ঞানখিনি মানুহে পৰিয়াল আৰু পৰিবেশৰ মাজত থাকিয়েই শিকে? 

উত্তৰঃ সামাজিকভাৱে জীয়াই থকাৰ প্ৰাথমিক জ্ঞানখিনি মানুহে পৰিয়াল আৰু পৰিবেশৰ মাজত থাকিয়েই শিকে।

২০। দৰাচলতে পৰিয়ালৰ পৰিবেশৰ মাজতে মানুহে প্ৰথম সমাজৰ ধাৰণাৰ সৈতে কি হয়?

উত্তৰঃ পৰিচিত হয়।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop