🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science Book Chapter 9 | জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 9

জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

১। এজন মানুহে নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ মানুহজনে কৰা কামটোকে মানুহজনৰ কি বোলে?  

উত্তৰঃ বৃত্তি বা জীৱিকা বোলে।

২।  অসমৰ ভৈয়াম অঞ্চলৰ মাটি কেনেকুৱা?

উত্তৰঃ পলসুৱা।

৩। এই মাটিত ধান, চাহ, মৰাপাট, সৰিয়হ কুঁহিয়াৰ, নানাবিধ মাহজাতীয় শস্য়, শাক-পাচলি আৰু কি উৎপন্ন হয়?

উত্তৰঃ ফল-মূল উৎপন্ন হয়।

৪। কম পৰিমাণৰ মাটিত খেতিয়কসকলে  মাটি চহাই খেতি কৰে?  

উত্তৰঃ নাঙলেৰে মাটি চহাই খেতি কৰে।

৫। কি আদি পচাই প্ৰস্তুত কৰা পচন সাৰ খেতি পথাৰত প্ৰয়োন কৰে?

উত্তৰঃ গোবৰ, জাবৰ-জোঁথৰ আদি  পচাই প্ৰস্তুত কৰা পচন সাৰ খেতি পথাৰত প্ৰয়োন কৰে

৬। আকৌ বেছি পৰিমাণৰ মাটিত খেতিয়কসকলে মানুহৰ উপৰিও কি ব্য়ৱহাৰ কৰে?

উত্তৰঃ যন্ত্ৰৰ ব্য়ৱবাৰ কৰে ।

৭। মাটি চহাবলৈ ট্ৰেক্টৰ, পাৱাৰ কি ব্য়ৱহাৰ কৰে?

উত্তৰঃ টিলাৰ ব্য়ৱহাৰ কৰে।

৮। খেতিপথাৰত বা বাগানবোৰত যিসকল লোকে দিন-হাজিৰা বা দৈনিক মজুৰিৰ ভিত্তিত কাম কৰে তেনে লোকক কি বোলে?

উত্তৰঃ কৃষি বনুৱা বোলে।

৯। খেতিপথাৰ বা চাহ বাগানসমূহত বছৰটোৰ প্ৰায় কি মান কাম নাথাকে?

উত্তৰঃ ছমাহ কাম নাথাকে।

১০। এই সময়খিনিত এই কৃষি বনুৱাসকল কি হৈ পৰে?

উত্তৰঃ কৰ্মহীন হৈ পৰে।

১১। আজিকালি খেতিয়কসকলে খেতিপথাৰসমূহত নতুন নতুন বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ কি কৰিছে?

উত্তৰঃ আৰম্ভ কৰিছে।

১২। মাটি চহাবলৈ ট্ৰেক্টৰ, কি ব্য়ৱহাৰ কৰিছে?

উত্তৰঃ পাৱাৰটিলাৰ ব্য়ৱহাৰ কৰিছে।

১৩। খেতিপথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য় ছটিয়াবলৈ কি ব্য়ৱহাৰ কৰিছে?

উত্তৰঃ মেচিন ব্য়ৱহাৰ কৰিছে।

১৪। বৰ্তমান সমাজখনৰ কি হৈছে?

উত্তৰঃ পৰিৱৰ্তন হৈছে।

১৫। নতুন নতুন চিন্তা-চৰ্চা আৰু বৈজ্ঞানিক আৱিষ্কাৰে মানুহৰ জীৱিকা কি পথ সলনি কৰিছে?

উত্তৰঃ নিৰ্বাহৰ পথ সলনি কৰিছে।

১৬। খেতিপথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ফলত উৎপাদনৰ পৰিমাণ কি পাইছে?

উত্তৰঃ বৃদ্ধি পাইছে।

১৭। উন্নত যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থাসমূহে এই কি আনিছে?

উত্তৰঃ ক্ষেত্ৰত পৰিৱৰ্তন আনিছে।

১৮। আমি ইতিমধ্য়ে বৃহৎ উদ্য়োগসমূহৰ মাজত থকা কি বিষয়ে গম পালোঁ?

উত্তৰঃ নিৰ্ভৰশীলতাৰ বিষয়ে গম পালোঁ।

১৯। এই কাৰখানাসমূহত ডাঙৰ ডাঙৰ কি বিভিন্ন প্ৰকাৰৰ যন্ত্ৰ-পাতি, সা-সৰঞ্জাম ইত্য়াদিৰ প্ৰয়োজন হয়?

উত্তৰঃ মেচিন, বিভিন্ন প্ৰকাৰৰ যন্ত্ৰ-পাতি, সা-সৰঞ্জাম ইত্য়াদিৰ প্ৰয়োজন হয়।

২০। এই কি সমূহে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী লোকে চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰে। 

উত্তৰঃ অফিচসমূহত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী লোকে চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰে।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop