🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

AJB Class 5 Social Science | Chapter 1| খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ | Question Answer | অসম জাতীয় বিদ্যালয় । পঞ্চম শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ

Chapter 1

খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ

অনুশীলনী

১। একোটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ।

ক) মানুহৰ জীৱন-ধাৰণ প্ৰণালী মানে কি লিখাঁ?

উত্তৰঃ 

খ) প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল?

উত্তৰঃ 

গ) পোনপ্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়?

উত্তৰঃ 

ঘ) আদিম মানুহে কি কি উপায়েৰে জুই জ্বলোৱাৰ কৌশল শিকিছিল?

উত্তৰঃ 

ঙ) সঁজুলি বা হাতিয়াৰ কাক বোলে লিখাঁ?

উত্তৰঃ 

চ) আদিম মানুহে প্ৰথমে সঁজুলি কি ব্যৱহাৰ কৰিছল?

উত্তৰঃ 

ছ) যীশু খ্ৰীষ্টৰ জন্মৰ কিমান বছৰৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয়?

উত্তৰঃ 

জ) শিলৰ উপৰিও আদিম আন কি কি বস্তুক সঁজুলি হিচাপে কি ব্যৱহাৰ কৰিছিল? 

উত্তৰঃ 

২। শুদ্ধ নে অশুদ্ধ লিখাঁ ঃ

ক) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিীবাৰণ কৰাঁ।

উত্তৰঃ 

খ) দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম যোগতে নিচেই সহজ কাম আছিল।

উত্তৰঃ 

গ) জুইত পুৰি, সেকি আৰু সিজাই খাদিয খোৱা কৌশল আদিম মানুিহে একে সময়তে আয়ত্ত কৰিছিল।

উত্তৰঃ 

ঘ) কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ কৰা এটা বিশেষ উদ্দেশ্য থাকে। 

উত্তৰঃ

ঙ) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাচঁ হাজাৰ বছৰ আগৰ সময়সিনিকেই নৱ প্ৰস্তৰ যুগ বোলা হয়।

উত্তৰঃ 

৩। যথাযথভাৱে উত্তৰ লিখাঁ।

ক) আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদেশ্যবোৰ কি কি আছিল ।

উত্তৰঃ 

খ) আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ 

গ) আদিম মানুহে দল বান্ধি জীৱন-যাপন কৰাৰ কাৰণবোৰ কি কি?

উত্তৰঃ 

ঘ) শিলৰ যুগক ইতিহাসবিদসকলে কেনে ধৰণে ভাগ কৰিছে?

উত্তৰঃ 

ঙ) দলবদ্ধভাৱে জীৱন-যাপনৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল লিখাঁ।

উত্তৰঃ 

চ) আদিম মানুহৰ খাদ্যভ্যাসৰ বিষয়ে এটি বিৱৰণ লিখাঁ ।

উত্তৰঃ 

ছ) আদিম মানুহে কি কি উপায়েৰে খাদ্য সংগ্ৰহ কৰিছিল বৰ্ণনা কৰাঁ।

উত্তৰঃ

জ) জুই জ্বলোৱাৰ কৌশল আদিম মানুহে কেনেদৰে আয়ত্ত কৰিছিল?

উত্তৰঃ  

ঝ) জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ  কি কি সুবিধা হৈছিল বুজাই লিখাঁ।

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop